• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগীৰ উত্তৰ প্ৰদেশত জংগল ৰাজ! দলিত নেতা চন্দ্ৰশেখৰ আজাদক ৰাজপথতে গুলীবৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 9:15 am
Chandrashekhar Azad Bhim Army
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলিত অধিকাৰ সংগঠন ভীম আৰ্মীৰ মুৰব্বী তথা যুৱ দলিত নেতা চন্দ্ৰশেখৰ আজাদক পথৰ মাজতে গুলীয়াই হত্যাৰ চেষ্টা চলালে অচিনাক্ত দুৰ্বৃত্তই। উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত বুধবাৰে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

আক্ৰমণকাৰীয়ে আজাদৰ বাহললৈ লক্ষ্য কৰি চাৰি জাই গুলী চলাই দলিত নেতাগৰাকীক হত্যাৰ চেষ্টা চলায়।এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত চন্দ্ৰশেখৰ আজাদে নিজ ভাতৃসহ আন চাৰিগৰাকী লোকৰ সৈতে টয়োটা ফৰ্চুনাৰ গাড়ীৰে গৈ আছিল।

Apply Now

তেনে সময়তে হাৰিয়ানাৰ পঞ্জীয়ন থকা এখন বগা ৰঙৰ মাৰুতি চুইফট ডিজায়াৰত অহা সশস্ত্ৰ আক্ৰমণকাৰীৰ দলটোৱে পিছফালৰ পৰা চন্দ্ৰশেখৰ আজাদৰ বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

এই অতৰ্কিত আক্ৰমণত আজাদৰ গাড়ীখনৰ পিছফালৰ গ্লাছ ছিন্নভিন্ন হৈ পৰে। আক্ৰমণকাৰীয়ে নিক্ষেপ কৰা গুলীয়ে অৱশ্যে আজাদসহ গাড়ীখনৰ আন যাত্ৰীসকলক গুৰুতৰ ৰূপত আঘাত সনাত বিফল হয়।

গুলীৰ আঘাতত সামান্য আহত হোৱা আজাদক লগে লগে ছাহাৰানপুৰৰ দেওবন্দ হাস্পতালত ভৰ্তি কৰোৱা হয়। দিল্লীৰ পৰা স্বগৃহলৈ আহি থকা অৱস্থাতে দলিত নেতাগৰাকীৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়।

ইফালে আক্ৰমণৰ পিছতে ভীম আৰ্মীৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আক্ৰমণৰ লক্ষ্য কৰা আক্ৰমণকাৰী দলটোক তেওঁ ভালদৰে দেখা নাপালে বুলি মন্তব্য কৰে। অৱশ্যে তেওঁৰ সহযাত্ৰী সকলে আক্ৰমণকাৰীক চিনাক্ত কৰিব পাৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।

ইফালে চন্দ্ৰশেখৰ আজাদৰ ওপৰত হোৱা এই আক্ৰমণৰ পিছতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজবাদী পাৰ্টিৰ নেতাসকলে উত্তৰ প্ৰদেশত এতিয়া জংগল ৰাজ চলিছে বুলি দাবী কৰে।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে আজাদৰ ওপৰত সংঘটিত এই আক্ৰমণত জড়িত অপৰাধীৰ দলটো ক্ষমতাসীনৰ দ্বাৰা সুৰক্ষিত বুলি অভিযোগ কৰে আৰু এয়া এক অতি নিন্দনীয় আৰু কাপুৰুষালি বুলি অভিহিত কৰে।

দলটোৰ নেতা শিৱপাল সিং যাদৱে আজাদৰ ওপৰত কৰা আক্ৰমণ ৰাজ্যৰ বিৰোধী নেতাসকলৰ ওপৰত আক্ৰমণৰ অংশ বুলি অভিযোগ কৰি উত্তৰ প্ৰদেশৰ বিৰোধী দল এতিয়া চৰকাৰ আৰু অপৰাধী উভয়ৰে লক্ষ্য বুলি দাবী কৰে।

তেওঁ লগতে আজাদৰ ওপৰত চলা এই আক্ৰমণ ৰাজ্যখনৰ ফোপোলা আইন-শৃংখলাৰ পৰিস্থিতিৰ এক জলন্ত উদাহৰণ বুলিও দাবী কৰে।

ইফালে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই আক্ৰমণ সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতে আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd