• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচনাৰ ওপৰত ৫০০ টকীয়া বাণ্ডিলৰ দম! পত্নী-সন্তানৰ এক ‘চেলফি’ত সংকটত উপ-পৰিদৰ্শক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 30, 2023 10:58 am
ফটো সৌজন্য: টুইটাৰ।

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি চেলফি লোৱাটো এক নিচাত পৰিণত হৈছে। কিন্তু, কোনে জানিছিল যে এই নিচাই এগৰাকী আৰক্ষী বিষয়াৰ চাকৰিলৈ সংকট নমাই আনিব? উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰমেশ চাহানিৰ পত্নী আৰু পুত্ৰ-কন্যাই এখন চেলফি তুলিছিল। আৰু সেই চেলফিৰ বাবেই তেওঁ এতিয়া ডাঙৰ বিপদত পৰিছে।

এই উপ-পৰিদৰ্শকজন উন্নাও জিলাৰ বেটা মুজাৱাৰ অঞ্চলত নিযুক্ত হৈ আছিল। বৃহস্পতিবাৰে (২৯ জুন) তেওঁৰ পত্নী আৰু সন্তানৰ চেলফি ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ছবিখনত দেখা গৈছে বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে। আৰক্ষী বিষয়াৰ পৰিয়ালৰ লোক ইয়াৰ চাৰিওফালে শুই-বহি আছে। নোটৰ বাণ্ডিলৰ সৈতে এই ছবি ভাইৰেল হোৱাৰ পিছতে উপ-পৰিদৰ্শক ৰমেশ চাহানিক বদলি কৰা হয়।

লগতে পঢ়ক: ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে; খালী কৰিলে ৰাণীৰ উপহাৰ ‘ফ্ৰগম’ৰ কটেজ’

জানিব পৰা মতে, ছবিবোৰত মুঠ ৫০০ টকীয়া নোটৰ ২৭ টা বাণ্ডিল আছিল। মুঠ ধনৰাশি প্ৰায় ১৪ লাখ টকা! স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁক বৰ্তমানৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। আপাততঃ তেওঁক আৰক্ষী লাইনলৈ বদলি কৰা হৈছে। খোদ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত বিচাৰিছে।

বঙাৰমৌৰ আৰক্ষী চক্ৰ বিষয়া পংকজ সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছে। তেওঁ এই ঘটনাৰ পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব। তেওঁক এই সন্দৰ্ভত সকলো প্ৰাসংগিক প্ৰমাণ সংগ্ৰহ কৰি অনতিপলমে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। তদন্ত শেষ নোহোৱালৈকে আৰক্ষী লাইনত থাকিব ৰমেশ চাহানি।

UP Police sub inspector Ramesh Sahni currently posted in Unnao district landed in soup after pictures of his children flaunting bundles of Rs 500 notes surface on social media. SI Sahni has been shunted to police lines. pic.twitter.com/qgX2Bw5U2d

— Piyush Rai (@Benarasiyaa) June 29, 2023

ইপিনে, ৰমেশ চাহানিয়ে কোনো অন্যায় বা অবৈধ কাম কৰা নাই বুলি দাবী কৰিছে। তেওঁ দাবী কৰে যে ছবিবোৰ পুৰণি। ১৪ নৱেম্বৰ, ২০২১ত তোলা হৈছিল। সেই ধনৰ সকলো হিচাপ তেওঁৰ হাতত আছে বুলি দাবী কৰে। সেই সময়ত তেওঁ কিছু পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল। ছবিখনত দেখুওৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd