• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শচীন-সৌৰভৰ সৈতেও খেলিছিল; ভাৰতৰ UPSC উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 1:14 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ আৰু বৰ্তমানৰো ভাৰতীয় ক্ৰিকেটাৰসকলৰ অধিকাংশই অধিক পঢ়া-শুনা চলাই যাব পৰা নাছিল। কোনোবাই কেনোমতে স্কুল পাছ কৰিছে। কোনোবাই হয়তো কলেজৰ মুখেই দেখা নাপালে। কিন্তু ইয়াৰ ব্যতিক্ৰমো আছে। কেৱল স্কুল, কলেজ বা উচ্চ শিক্ষাত শিক্ষিতই নহয়, এজন ভাৰতীয় ক্ৰিকেটাৰ আছে যি এগৰাকী ইউপিএছচি উত্তীৰ্ণ বিষয়া। ভাৰতীয় দলত যোগদান কৰাৰ পূৰ্বে তেওঁ অসামৰিক সেৱাৰ পৰীক্ষা ক্লিয়াৰ কৰিছিল।

UPSC Civil Services Exam দেশৰ অন্যতম কঠিন পৰীক্ষা হিচাপে বিবেচিত। যিটোক সাধাৰণতে মানুহে IAS Exam বুলি কয়। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে ইউ পি এছ চি দিয়ে, কিন্তু দুই এজনেহে সফলতা লাভ কৰে। সেই কেইজনমান মানুহৰ ভিতৰত আছে এগৰাকী ক্ৰিকেটাৰ।

তেওঁ আছিল শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বীৰেন্দ্ৰ সেহৱাগ, অজয় জাডেজাৰ সতীৰ্থ। এবাৰ বিশ্বকাপতো দেশক প্ৰতিনিধিত্ব কৰিছিল।

Apply Now

লগতে পঢ়ক: প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা

ভাৰতীয় ক্ৰিকেটৰ একমাত্ৰ ইউপিএছচি উত্তীৰ্ণ বিষয়া অময় খুৰাছিয়া। ১৯৭২ চনত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰা খুৰাছিয়াই ১৭ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। কিন্তু জাতীয় দলৰ জাৰ্চি পিন্ধাৰ পূৰ্বে তেওঁ দেশৰ অন্যতম ডাঙৰ পৰীক্ষা ইউ পি এছ চি চিভিল চাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হয়। উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক বিভাগতো কাম কৰিবলৈ আৰম্ভ কৰে।

কিন্তু অময়ৰ প্ৰথম প্ৰেম আছিল ক্ৰিকেট। পঢ়া-শুনাৰ লগতে মন লগাই ক্ৰিকেট খেলিছিল। মধ্যপ্ৰদেশৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলি অময় খুৰাছিয়াৰ জাতীয় দলত খেলাৰ সপোন ১৯৯৯ চনত বাস্তৱায়িত হয়। অভিষেক মেচখনত খুৰাছিয়াই অৰ্ধশতকীয় ইনিংছ খেলিছিল।

লগতে পঢ়ক: ভাল খবৰ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

১৯৯৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে পেপচি কাপত খেলাৰ সুযোগ পাইছিল অময়ে। প্ৰথমখন খেলত ৪৫টা বলত ৫৭ ৰানৰ এক আকৰ্ষণীয় ইনিংছ খেলিছিল। অৱশ্যে তেওঁ নিজৰ ইচ্ছামতে ক্ৰিকেট কেৰিয়াৰ সজাব নোৱাৰিলে। প্ৰথমখন খেলৰ পিছত খুৰাছিয়াই তেনেকৈ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে। ভাৰতীয় ক্ৰিকেটৰ সৈতে অময় খুৰাছিয়াৰ যাত্ৰা আছিল অতি চুটি।

১৯৯৯ চনৰ বিশ্বকাপত সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰৰ সৈতে দেশক প্ৰতিনিধিত্ব কৰিছিল। ২০০১ চনত শ্ৰীলংকাৰ বিৰুদ্ধে শেষ মেচখন খেলিছিল। মাত্ৰ ১২খন এদিনীয়া মেচ খেলাৰ অন্তত অময়ৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰে। এই ১২খন মেচত ৰানৰ সংখ্যা ১৪৯!

কিন্তু অময় খুৰাছিয়াৰ বাবে বিকল্প পথ মুকলি আছিল। কম সময়ৰ ভিতৰতে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰাত মধ্যপ্ৰদেশৰ ক্ৰিকেটাগৰাকী পুনৰ পুৰণি জীৱনলৈ উভতি গ’ল। বৰ্তমান তেওঁ ভাৰতীয় শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী বিভাগত কৰ্মৰত।

লগতে পঢ়ক: Creativity: সৃষ্টিশীলতাই দূৰ কৰিব নেতিবাচক চিন্তা আৰু আৱেগ; যি ছয়টা কাৰণে…

অৱশ্যে, ক্ৰিকেটে তেওঁক একেবাৰেই এৰি যোৱা নাই। আই পি এলৰ তাৰকা ৰজত পাটিদাৰ আৰু আবেশ খানৰ মেণ্টৰ আৰু প্ৰশিক্ষক হিচাপে কাম কৰিছিল অময়ে। এইদৰেই খুৰাছিয়াই এনে যুৱ ক্ৰিকেট প্ৰতিভাক তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd