• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টুইটাৰৰ ‘শত্ৰু’ৰ আৱিৰ্ভাৱ! ইনষ্টাগ্ৰামে আনিছে নতুন এপ; কি কি সুবিধা আছে ইয়াত? চাওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 11:58 am
1.7k
VIEWS
Share on FacebookShare on Twitter

ইলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লোৱাৰ পিছৰে পৰা ব্যৱহাৰকাৰীসকলে বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে। কেতিয়াবা যদি ব্লু টিকত ধন খৰচ কৰিবলগীয়া হৈছে আৰু কেতিয়াবা কিমান টুইট চাব পাৰে তাৰ সীমাও বান্ধি দিছে। আৰু ঠিক টুইটাৰৰ এনেকুৱা ‘দাদাগিৰি’ৰ সময়তে ইনষ্টাগ্ৰামে এটা নতুন এপ আনি টুইটাৰক প্ৰত্যাহ্বান জনাইছে। এই নতুন প্লেটফৰ্মত কি কি সুবিধা পোৱা যাব সেই বিষয়ে এবাৰ চোৱা যাওক।

টুইটাৰৰ নতুন প্ৰতিযোগীৰ ব্ৰেণ্ড নাম হৈছে থ্ৰেডছ (Threads)। আজি ​​অৰ্থাৎ ৬ জুলাইত এই এপটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছে। এতিয়া এই এপটো এপল এপ ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

লগতে পঢ়ক: শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

বৃহস্পতিবাৰৰ পৰা এই এপটো ডাউনলোড হোৱাৰ বিপৰীতে যিসকলৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে তেওঁলোকক আগতীয়াকৈ ‘বিশেষ নিমন্ত্ৰণ’ দিয়া হৈছে। যাতে তেওঁলোকে এই এপটোৰ সবিশেষ আগতীয়াকৈ জানিব পাৰে।

ইনষ্টাগ্ৰামত ‘threads’ বা ‘seymour’ বুলি চাৰ্চ কৰক আৰু চাৰ্চ বাৰৰ বাওঁফালে এটা টিকটৰ আইকন দেখা যাব। ইয়াত টেপ কৰক আৰু ইনষ্টাগ্ৰামে আপোনাৰ নামত এটা টিকট দিব। তাতেই আপোনাক জনোৱা হ’ব, ক’ৰ পৰা আপুনি ‘থ্ৰেড’ৰ ফিচাৰ্ছসমূহ ঘুকুটি চাব পাৰিব।

আই অ’ এছ আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে বিভিন্ন বিকল্প দিয়া হ’ব। iOS ব্যৱহাৰকাৰীসকলে ‘Get Threads’ বিকল্পটো দেখিব। তাৰ পৰা আপোনাক এপল এপ ষ্ট’ৰলৈ লৈ যোৱা হ’ব। আৰু যদি আপুনি এজন এণ্ড্ৰইড ব্যৱহাৰকাৰী তেন্তে আপুনি পাব ‘Reminder’ বুটাম। অৰ্থাৎ গুগল প্লে ষ্ট’ৰলৈ এপটো আহিলেই আপোনাক সোঁৱৰাই দিয়া হ’ব।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

চেলিব্ৰিটিয়েই হওক বা সংবাদ মাধ্যমেই হওক, যিকোনো বাতৰি, ছবি, ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে টুইটাৰ হৈছে আটাইতকৈ জনপ্ৰিয় মঞ্চ। কিন্তু মেটাই দীৰ্ঘদিন ধৰি এই মাইক্ৰ’ ব্লগিং চাইটটোক টক্কৰ দিয়াৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা কাৰ্যকৰী হ’বলৈ ওলাইছে। টুইটাৰৰ সকলো ফিচাৰ্ছৰ লগতে ইয়াত আন কেইবাটাও আকৰ্ষণীয় ফিচাৰ্ছ থাকিব বুলি জানিব পৰা গৈছে।

Recent News

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd