• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত; ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ দুই চীনা নাগৰিকক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 8, 2023 9:20 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

4.7k
VIEWS
Share on FacebookShare on Twitter

দুজন চীনা নাগৰিকক গ্ৰেটাৰ নয়ডাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত থকাৰ অভিযোগ উঠিছে।

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে চীনৰ নাগৰিক দুজনৰ পাছপ’ৰ্ট আৰু ভিছাৰ নথি-পত্ৰ পৰীক্ষা কৰা হয়। তাৰ পিছত গম পোৱা গ’ল যে তেওঁলোকৰ ভিছাৰ ম্যাদ কেতিয়াবাই উকলি গৈছে। তথাপিও তেওঁলোক অবৈধভাৱে ভাৰতত আছে।

লগতে পঢ়ক: কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, চীনৰ অভিযুক্ত দুজন নাগৰিক হৈছে ডাং চংকং আৰু মেং শ্বৌগুও। দুয়োৰে বয়স ত্ৰিশৰ ভিতৰত। তেওঁলোকে গ্ৰেটাৰ নয়ডাৰ গ্ৰীণউডছ ছ’চাইটিৰ ছেক্টৰ ওমেগা ৱানত আছিল।

তেওঁলোকে ভাৰতত চীনৰ মোবাইল কোম্পানী Oppo ত কাম কৰিছিল। চীনা নাগৰিক দুজন ই-বিজনেছ ভিছা লৈ ছমাহৰ বাবে ভাৰতলৈ আহিছিল। যোৱা এপ্ৰিল মাহত তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি গৈছিল।

লগতে পঢ়ক: জীৱনত সুখ বিচাৰেনে? মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি; আহিব সুখ,পলাব দুখ

উল্লেখ্য যে চীনা নাগৰিক দুজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকক দিল্লীৰ আৰ কে পুৰম ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

Recent News

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd