• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জীৱনত সুখ বিচাৰেনে? মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি; আহিব সুখ,পলাব দুখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 7:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্যক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক আৰু পণ্ডিত বুলি গণ্য কৰা হয়। তেওঁৰ বহু কথা আজিও সমানেই প্ৰাসংগিক। বৰ্তমান সময়ত সুখী হ’ব বিচাৰিলে চাণক্যৰ নীতি অনুসৰণ কৰিব পাৰে। সুখ পাবলৈ তেওঁ কি কৰিবলৈ কৈছে? তেওঁ মাত্ৰ ৩টা নিয়মৰ সন্ধান দিছে। সেইবোৰ পৰ্যবেক্ষণ কৰি যিকোনো ব্যক্তি সুখী হ’ব পাৰে। চাওঁ আহকচোন সেই নিয়মবোৰ কি।

আচাৰ্য চাণক্যৰ মতে হৃদয়ত আনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা থকাটো সুখী জীৱনৰ চিন। এটা সুখী জীৱন প্ৰতিজন মানুহৰ কামনা। কিন্তু মানুহৰ জীৱনটো বহু ভ্ৰমৰ দ্বাৰা আগুৰি আছে। আৰু সেই সকলোবোৰ ভ্ৰমৰ জালত পৰি জীৱনৰ পৰা সুখ আঁতৰি যায়। কেতিয়াও দুখৰ সন্মুখীন হ’বলগীয়া নহয়! আকৌ কেতিয়াবা সুখ ঘূৰি আহে। কিন্তু ই অস্থায়ী।

আচাৰ্য চাণক্যৰ মতে সুখী জীৱনৰ বাবে তিনিটা বস্তু অতি গুৰুত্বপূৰ্ণ। প্ৰথম সন্তুষ্টি, দ্বিতীয় স্বাস্থ্য আৰু তৃতীয় বিশ্বাস। এতিয়া চাওঁ আহক চাণক্যই সুখী জীৱনৰ বাবে কি তিনিটা পৰামৰ্শ বা নীতি দিছে।

Apply Now

১. সন্তুষ্টিৰ আন এটা নাম হ’ল সুখ। সকলো পৰিস্থিতিত সন্তুষ্ট হোৱা ব্যক্তি কেতিয়াও দুখী হ’ব নোৱাৰে। সমস্যা আহিয়েই থাকে আৰু ইতিবাচক চিন্তাৰে সমস্যাৰ সন্মুখীন হোৱাসকলে সফল হোৱাটো নিশ্চিত। সুখী জীৱনৰ এইটোৱেই প্ৰথম সূত্ৰ।

২. সুস্বাস্থ্য মানৱ জীৱনৰ মূলধন। দৈনিক ব্যায়াম, সুষম খাদ্যই সুস্থ আৰু সুখী জীৱনৰ ৰহস্য। চাণক্যৰ মতে সুস্থ নথকা ব্যক্তিয়ে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। তেওঁৰ জীৱন সংগ্ৰামেৰে ভৰা, এই সংগ্ৰামত তেওঁ সুখ উপভোগ কৰিব নোৱাৰে।

৩. আত্মবিশ্বাস এনেকুৱা এটা গুণ যাৰ সহায়ত ডাঙৰ ডাঙৰ কাম সহজে কৰিব পৰা যায়। যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে বিফলতাৰ ভয়ে আপোনাক কেতিয়াও আমনি নকৰে। যদি কোনো মানুহে সমস্যাৰ অন্ত পৰালৈ অপেক্ষা কৰে তেন্তে তেওঁৰ জীৱনটো স্থবিৰ পানীৰ দৰে হৈ পৰিব। যিটো শুকাই যাবলৈ বেছি সময় নালাগিব। বৰঞ্চ আত্মবিশ্বাসেৰে সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd