• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব ৰাজ্যৰ ৭খন মহাবিদ্যালয়; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 8:45 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

807
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাতখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ হ’ব। সোমবাৰে (১০ জুলাই) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা অৱগত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসমক পূব ভাৰতৰ শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত আমি সাতখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদালৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছো’।

মুখ্যমন্ত্রী শৰ্মাই লগতে কয়, ‘এইটো হ’লে ২০২১ চনৰ পৰা আমি ৰাজ্যত দহখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷”

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা দেওবাৰে বিশ্ববিদ্যালয়লৈ উন্নীত হ’বলগীয়া এই সাতখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে সাক্ষাৎ কৰিছিল।

বিশ্ববিদ্যালয়লৈ উন্নীত হ’বলগীয়া অসমৰ সাতখন মহাবিদ্যালয় হ’ল-

  • শিৱসাগৰ মহাবিদ্যালয়

  • শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়

  • যোৰহাটৰ জগন্নাথ বৰুৱা (জে বি) মহাবিদ্যালয়

  • কোকৰাঝাৰ মহাবিদ্যালয়

  • উত্তৰ লখিমপুৰ মহাবিদ্যালয়

  • নগাঁৱৰ নগাঁও মহাবিদ্যালয়

  • বঙাইগাঁও মহাবিদ্যালয়

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্যৰ সকলো নতুন বিশ্ববিদ্যালয়তে কেইবাটাও মূল বৈশিষ্ট্য আৰু সুবিধা থাকিব।

ইয়াৰ ভিতৰত আছে: এন ই পি ২০২০ অনুসৰি শেহতীয়া শিক্ষণ বিজ্ঞান, আন্তঃগাঁথনিৰ উন্নতি, ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্ভুক্তি বৃদ্ধি, বহুবিষয় সমৃদ্ধ বিশ্ববিদ্যালয়, গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা, স্নাতকোত্তৰৰ আসন বৃদ্ধি আৰু ইউ জি আৰু পি জি পাঠ্যক্ৰমৰ মাজত সহযোগিতা বৃদ্ধি, ইউ জি আৰু পি জি পাঠ্যক্ৰম শিকোৱাৰ বাবে অধ্যাপকসকলৰ সন্তোষজনক নিয়োজন।

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd