• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত খালিস্তানী নেতা অমৃতপাল সিঙৰ পত্নী: কাৰাৰুদ্ধ অমৃতপালক সাক্ষাৎ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 7:51 pm
Amritpal Singh
187
VIEWS
Share on FacebookShare on Twitter

কট্টৰ খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাব ডে’ৰ মুৰব্বী কাৰাৰুদ্ধ অমৃতপাল সিঙক সাক্ষাতৰ বাবে আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় তেওঁৰ পত্নী কিৰণদ্বীপ কৌৰ।

এই ভ্ৰমণত কিৰণদ্বীপৰ সৈতে ডিব্ৰুগড় কাৰাগাৰত আবদ্ধ হৈ থকা আন এগৰাকী খালিস্তানী নেতা দলজিৎ সিং কালসীৰ পত্নী নীৰু কালছিও উপস্থিত থাকে।

কাৰগাৰৰ দ্বাৰত কঠোৰ পৰীক্ষাৰ অন্তত তেওঁলোকক কাৰাগাৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হয়।

অৱশ্যে কাৰাগাৰ কৰ্তৃপক্ষই দুয়োগৰাকী মহিলাকে তেওঁলোকে লগত অনা কোনো সামগ্ৰী কাৰাগাৰ চৌহদৰ ভিতৰলৈ নিবলৈ অনুমতি নিদিয়ে।

এই ভ্ৰমণৰ সময়ত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰও কাৰাগাৰত উপস্থিত থাকে।

উল্লেখ্য যে, ইতিপূৰ্বে যোৱা ৬ জুলাইতো কাৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰিছিল পত্নী কিৰণদ্বীপ কৌৰে। আজিৰ সাক্ষাতৰ সময়ত কাৰাবন্দী খালিস্তানী নেতাগৰাকীয়ে কিৰণদ্বীপৰ হাতত দিয়ে এখন বিশেষ পত্ৰ।

গত ৫ জুলাইত শিখ সম্প্ৰদায়ক উদ্দেশ্যি গুৰুমুখী লিপিৰে লিখা এই পত্ৰখন ডিব্ৰুগড় কাৰাগাৰত আবদ্ধ হৈ থকা অমৃতপালসহ আন ৯৯গৰাকী সহযোগীৰো স্বাক্ষৰ সম্বলিত বুলি জানিব পৰা গৈছে।

পত্ৰখনত সিঙে শিখ সম্প্ৰদায়ক ড্ৰাগছৰ পৰা বিৰত থাকিবলৈ আৰু শিখ ধৰ্মৰ ধৰ্মীয় নীতি মানি চলিবলৈ আহ্বান জনায়।

আনহাতে শেহতীয়াকৈ আমেৰিকা আৰু ব্ৰিটেইনত নিহত হোৱা খালিস্তানী সমৰ্থক দুগৰাকী নেতাক শ্বহীদ ঘোষণা কৰিবলৈও দাবী জনায় সিঙে।

উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলত পঞ্জাৱ আৰক্ষীয়ে মোগা জিলাৰ পৰা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল।

ইয়াৰ পিছতে তেওঁৰ আন ৯ গৰাকী সহযোগীকো গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। আটাইকেইগৰাকী বন্দীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Recent News

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd