• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানৰ ভিতৰতে বিস্ফোৰিত হ’ল মবাইল, জৰুৰীভাবে অৱতৰণ বিমানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2023 7:10 am
1.3k
VIEWS
Share on FacebookShare on Twitter

ভয়ংকৰ পৰিঘটনা। উদয়পুৰৰ পৰা দিল্লীলৈ গৈ আছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। উৰণৰ কিছু সময়ৰ পিছতে হঠাৎ এজন যাত্ৰীৰ মোবাইল ফোনৰ বেটাৰী বিস্ফোৰণ ঘটে।

ইয়াৰ পিছত পাইলটে পলম নকৰি যাত্ৰীৰ সুৰক্ষাৰ খাতিৰত ক্ষীপ্ৰতাৰে বিমানখন জৰুৰীকালীনভাবে অৱতৰণ কৰিলে। 

সূত্ৰ অনুসৰি বিমানখনত ১৪০ গৰাকী যাত্ৰী আছিল। বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত। 

এইদৰে জৰুৰীকালীনভাবে অৱতৰণ কৰাৰ পিছত উদয়পুৰ বিমানবন্দৰত বিমানখন পৰীক্ষা কৰাৰ পিছত পুনৰ দিল্লীলৈ ৰাওনা হ’বলৈ অনুমতি দিয়া হয়। অৱশ্যে যাত্ৰীগৰাকীৰ মোবাইলৰ বেটাৰীটো কেনেদৰে বিস্ফোৰণ হ’ল তাৰ তদন্ত চলি আছে।

সূত্ৰ অনুসৰি ৰাজস্থানৰ উদয়পুৰৰ পৰা দিল্লী অবিমুখে দিনৰ ১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমান খনে উৰা মাৰিছিল। 

উৰণ আৰম্ভ হোৱা কিছু সময়ৰ পিছতে যাত্ৰীজনৰ মোবাইল ফোনটোৰ বেটাৰীটোৰ বিস্ফোৰণ ঘটে। যদিহে বেটাৰীটোৰ পৰা জুই নিৰ্গত হ’লহেতেঁন বা জুই অলপ হ’লেও বিয়পি গ’লহেতেঁন তেতিয়া ডাঙৰ অঘটনৰ সম্ভাৱনা থাকিলহেতেঁন। সেয়ে পাইলটে সুৰক্ষাৰ প্ৰতি পিঠি নিদি জৰুৰীভাবে বিমানখন অৱতৰণ কৰে।

কাৰণ আকাশৰ মাজভাগত যদি কোনো সমস্যা হয়, তেন্তে তাৰ সৈতে আৰু মোকাবিলা কৰিব পৰা নাযায়। 

ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী এখন বিমানত এটা মোবাইলৰ বেটাৰী জ্বলি উঠিছিল। মোবাইলটো গৰম হৈ যোৱাৰ বাবে বেটাৰীটো জ্বলি উঠিছিল। অৱশ্যে লগে লগে বিমানখনৰ কেবিন ক্ৰুৱে শীঘ্ৰে জুই নিৰ্বাপন কৰে।

Recent News

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd