• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ গৰম হ’ব সদন : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব গ্ৰীষ্মকালীন অধিৱেশন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 6:22 pm
14.1k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতি বাৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ইয়াৰ পূৰ্বে বুধবাৰে চৰকাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে।

আচলতে যিকোনো অধিৱেশন আৰম্ভ হোৱাৰ আগতে এনে এখন বৈঠক আহ্বান কৰাটো ৰাজ্যসভাৰ এক পৰম্পৰা। মূলতঃ সকলো দলকে একত্ৰিত কৰি বিভিন্ন বিষয়ত তেওঁলোকৰ মতামত ল’বলৈ এই বৈঠক আয়োজন কৰা হয়।

সংবাদ সংস্থা পিটিআইৰ মতে, মূলতঃ পৰৱৰ্তী গ্ৰীষ্মকালীন অধিৱেশনত আলোচনা কৰিব পৰা বিষয়সমূহৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। 

এই বৈঠকত শাসকীয় দলৰ কেইবাজনো মন্ত্রীয়ে অংশগ্রহণ কৰে৷ ইফালে, পৰৱৰ্তী অধিৱেশনত মণিপুৰ বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু বুলি চৰকাৰে অৱগত কৰিছে। 

আনহাতে, মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে এনে সৰ্বদলীয় বৈঠক আহ্বান কৰে। কিন্তু কেইবাটাও ৰাজনৈতিক দলৰ নেতাই আন ঠাইত ব্যস্ত বুলি কয়। সেয়ে এই বৈঠক শেষত অনুষ্ঠিত কৰিব পৰা নগ’ল। কাৰণ বেংগালুৰুৰ বৈঠকত মূলতঃ বিৰোধী নেতাসকল উপস্থিত আছিল। আকৌ শাসকীয় এন ডি এ মিত্ৰজোঁটৰ নেতাসকল পুনৰ দিল্লীত অনুষ্ঠিত হোৱা এনডিএৰ বৈঠকত ব্যস্ত হৈ আছিল । 

অনুমান কৰা হৈছে যে আগন্তুক অধিৱেশনত বিৰোধীয়ে মণিপুৰ সংকট, তাত থকা হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। আনহাতে, দিল্লীত ক্ষমতা ভাগ-বতৰাৰ কথাও এই অধিৱেশনত আলোচনা হ’ব পাৰে। তাৰ লগতে ইডি, চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাৰ সহায়ত বিৰোধীক হাৰাশাস্তি কৰাটোৱেও অধিবেশনত স্থান লাভ কৰাৰ আশংকা আছে।

Recent News

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd