• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত তথা গ্ৰমোন্নয়নৰ ভাৰপ্ৰাপ্ত প্রকল্প সঞ্চালক উৎপল দলেৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
May 6, 2018 12:36 pm
IMG-20180506-WA0020
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰামোন্নয়নৰ বিভিন্ন শিতানৰ ধন আত্মসাত কৰাৰ অভিযোগত গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাখনৰ গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত একাধিক গোচৰ পঞ্জীয়ন কৰাৰ পাছত বিষয়া গৰাকীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

দেওবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে উৎপল দলে বোকাখাত সমষ্টিৰ দুসুতিমুখ গাঁও পঞ্চায়ততো গ্ৰামোন্নয়নৰ ধন আত্মসাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

Apply Now

অভিযোগ মতে দুসুতিমুখ পঞ্চায়তৰ অন্তৰ্গত বৰবিল পাঠৰী গাঁও সংযোগী দলঙৰ নামত বিগত সময়ত ৫ লাখ টকা আৱন্টন হৈছিল। ধন আৱন্টনৰ পাছত দলঙৰ কামৰ বাবে নিবিদাও আহ্বান কৰা হৈছিল ৷ কিন্তু যিজন ব্যক্তিয়ে নিবিদা লাভ কৰে উক্ত ব্যক্তিজনক কাম কৰিবলৈ নিদি প্ৰকল্প সঞ্চালক উৎপল দলেই তেওঁৰ নিকট আত্মীয় দিব্য মৰাঙকহে দলং নিৰ্মাণৰ কামত লগায় যদিও দলং নিৰ্মাণ কিন্তু নহ’ল বৰঞ্চ দলং নিৰ্মানৰ আবন্টিত সমুদায় ধন উৎপল দলে আৰু দিব্য মৰাঙে মিলি আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

কৃষক মুক্তি সংগ্রাম সমিতিৰ মতে গোলাঘাটৰ প্ৰকল্প সঞ্চালক গৰাকীৰ বিভিন্ন কেলেংকাৰী ফাদিল হোৱাৰ পাছত তেওঁৰ নিকট আত্মীয় দিব্য মৰাঙে দলঙৰ কাম পুনৰ আৰম্ভ কৰা বুলি সংগঠনটোক স্থানীয়লোকে জনাইছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ মতে প্রকল্প সঞ্চালক উৎপল দলেৰ নিকট আত্মীয় দিব্য মৰাঙে পঞ্চায়ত খনৰ হাইলেণ্ড নিৰ্মাণৰ নামতো ব্যাপক কেলেংকাৰী সংঘৰ্টিত কৰিছে । কৃষক সংগঠনটোৰ মতে ২০১৬ – ১৭ বৰ্ষত পঞ্চায়ত খনৰ পাখিলী হাইলেণ্ডৰ নামত ২৩,২২,৩৮২ টকা এনৰেগা আঁচনিৰ নামত আবন্টন হৈছিল। আৱন্টন হোৱাৰ পাছত প্ৰকল্প বিষয়া উৎপল দলেৰ নির্দেশ ক্রমে তেওঁৰ নিকট আত্মীয় দিব্য মৰাঙে ট্রেক্টৰ , ডাম্পাৰ লগাই উক্ত কাম আৰম্ভ কৰি জব কাৰ্ড হিতাধিকাৰীৰ পৰা আগতীয়াকৈ ৫ পৰা ১০ হাজাৰ টকা আদায় লয় ৷  সংগঠনটোৰ  মতে উক্ত কামত দিব্য মৰাং নামৰ ব্যক্তিজনৰ জৱকার্ডত দিব্য মৰাঙ আৰু তেওঁৰ পত্নীৰ নামত  কাম কৰা দেখুৱাই বিভাগীয় মাষ্টাৰ ৰোলৰ জড়িয়তে হাজাৰ হাজাৰ টকা আত্মসাৎ কৰিছে ।

কৃষক মুক্তি সংগ্রাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মহেন মৰাং, সম্পাদক ৰতন দাৱ স্বাক্ষৰিত এই বিবৃতিত গোলাঘাট জিলা উপায়ুক্তক এই আঁচনিত সমুহৰ তদন্ত কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে এই সম্পৰ্কত অচিৰেই দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিব বুলিও জনাইছে ৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd