• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিলাহী ভৰ্তি ট্ৰাক লৈ উধাও দম্পতী : ১.৬ লাখ টকাত বিলাহী বিক্ৰী কৰি গ্ৰেপ্তাৰ দম্পতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 3:26 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলাহীয়ে দেশৰ জনতাক ত্ৰাহি-মধুসূদন দেখুওৱাৰ সময়তে বিলাহী পৰিবাহী এখন ট্ৰাক ডকাইটি কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ইতিমধ্যে এই বিলাহী পৰিবাহী ট্ৰাকখন ডকাইটি কাণ্ডৰ ৰহস্য ফাদিল হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে, বাংগালুৰু পৰা এহাল দম্পতীয়ে বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হৈছিল। আৰক্ষীৰ মতে, যোৱা ৮ জুলাইত এম ভাস্কৰণ(৩৮) আৰু পত্নী সিন্ধুজা(৩৫)এ বিলাহী ভৰ্তি ট্ৰাকখন লৈ বাংগালুৰুৰ পৰা উধাও হৈ তামিলনাডুত ১.৬০ লাখ টকাত বিলাহীখিনি বিক্ৰী কৰে। ইতিমধ্যে অভিযুক্ত দম্পত্তীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ৮ জুলাইৰ নিশা ট্ৰাকখনৰ চালক এ শিৱান্নাই আৰ এম চি য়াৰ্ড আৰক্ষী (উত্তৰ সংমণ্ডল)ৰ কাষ চাপি অভিযোগ কৰিছিল যে অচিনাক্ত লোকে তেওঁৰ মিনি গুডছ বাহনখন লৈ উধাও হৈছে। তেওঁৰ বাহনখনত ডেৰ লাখ টকাৰো অধিক মূল্যৰ ২১০ খৰাহী বিলাহী বোজাই কৰা আছিল।

Apply Now

শিৱান্নাৰ অভিযোগ পিছতে আৰক্ষীয়ে বিলাহী ভৰ্তি ট্ৰাকখনৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। প্ৰথম অৱস্থাত আৰক্ষীয়ে পথত থকা চিচিটিভিৰ ফুটেজ স্কেন কৰি বাহনখনৰ সন্ধান আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজ স্কেন কৰি আৰক্ষীয়ে ট্ৰাকখন তামিলনাডুৰ ৱানিয়ামবাডীলৈ যোৱা বুলি জানিব পাৰে।

ইফালে আৰক্ষীক বিপথে পৰিচালিত কৰিলৈ দুৰ্বৃত্তই ট্ৰাকখনৰ নম্বৰ প্লেট সলনি কৰিছিল। কিন্তু, দম্পতীহালে যিখন মহিন্দ্ৰা জাইলোৰে বিলাহী ভৰ্তি ট্ৰাকখন টানি নিছিল সেইখনৰ নম্বৰ সলনি কৰা নাছিল আৰু ইয়াৰ আলম লৈয়ে আৰক্ষীয়ে দম্পতী হালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ উপ আয়ুক্ত (উত্তৰ) শিৱপ্ৰকাশ দেৱৰাজুৱে কয় যে, “২০০ৰো অধিক চিচিটিভি ফুটেজ স্কেন কৰি তামিলনাডুৰ বিভিন্ন অঞ্চলৰ স্থানীয় লোকক জেৰা কৰাৰ পিছত আমি অভিযুক্তৰ সন্ধান লাভ কৰো আৰু শুকুৰবাৰে নিশা তেওঁলোকৰ ৱানিয়ামবাডী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰোঁ।”

ইফালে, ভাস্কৰণক সহায় কৰা বেংগালুৰুৰ কুমাৰ আৰু মহেশ নামৰ দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভাস্কৰণৰ বিৰুদ্ধে তামিলনাডুৰ ভানিয়াম্বাডী আৰু অন্যান্য থানাত ডকাইতি, চুৰিকে ধৰি ১০টা গোচৰৰ পঞ্জীয়ন হৈ আছে।

এই বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হোৱাৰ পূৰ্বে দম্পতীহালে শিৱন্নাৰ মহিন্দ্ৰা জাইলোখন কাঢ়ি লৈছিল দম্পতীহালে। তেওঁলোকে গোৰগুণ্টেপল্যা জংচনৰ ওচৰত মহিন্দ্ৰা জাইলোৰ শিৱন্নাৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল। কিন্তু গৰাকী শিৱন্নাই ধন দিবলৈ অস্বীকাৰ কৰাত তেওঁলোকে বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হয়। উল্লেখ্য যে, শিৱন্নাই চিত্ৰদুৰ্গাৰ হিৰিয়ুৰৰ পৰা কোলাৰলৈ বিতৰণৰ ব্যৱসায় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd