• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

সলনি হ’ব পাৰে বিশ্বকাপৰ ভাৰত-পাক মেচৰ তাৰিখ: ইঙ্গিত বিচিচিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 4:36 pm
India vs Pakistan ICC World Cup 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ গজৰ যুঁজত ভাৰত-পাকিস্তান মানেই ক্ৰিকেটপ্ৰেমীৰ মাজত শিহৰণ। কেৱল ভাৰত বা পাকিস্তানৰ ক্ৰিকেট অনুৰাগী বুলিয়েই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বতে ভাৰত-পাকিস্তান মেচৰ উন্মাদনা পৰিলক্ষিত হয়। আগন্তুক আইচিচি এদিনীয়া বিশ্বকাপতো গ্ৰুপ পৰ্যায়ত মুখামুখি হ’ব ভাৰত-পাকিস্তান।

আইচিচিৰ ঘোষিত সূচী অনুসৰি, ১৫ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব লাগে ভাৰত পাকিস্তানৰ এই বহু প্ৰত্যাশিত মেচ। আগন্তুক এই মেচখনৰ প্ৰতি ইতিমধ্যেই উৎকণ্ঠা দেখিবলৈ পোৱা গৈছিল ক্ৰিকেট অনুৰাগীৰ মাজত। কিন্তু এতিয়া বিচিচিআই – এ এই মেচখনৰ দিনাংক পুনৰ নিৰ্ধাৰণৰ চিন্তা-চৰ্চা চলাইছে।

Apply Now

মূলত: উক্তি দিনাৰ পৰা আৰম্ভ হ’বলগীয়া নৱৰাত্ৰি উৎসৱৰ বাবেই মেচখনৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। গুজৰাটত নৱৰাত্ৰি উৎসৱৰ জনপ্ৰিয়তাৰ কথা বিবেচনা কৰি নিৰাপত্তা সংস্থাসমূহে উক্ত দিনা ভাৰত-পাকিস্তান মেচ আয়োজনৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই বহু প্ৰত্যাশিত হাই প্ৰফাইল মেচখনৰ টিকট বিক্ৰী হৈ যোৱাৰ পিছতো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই- এ মেচখনৰ তাৰখি পুনৰ নিৰ্ধাৰণৰ কৰিবলৈ চিন্তা কৰা বুলি বাতৰি প্ৰকাশ পাইছে। বিচিচিআইৰ এক সূত্ৰ অনুসৰি উক্ত মেচখন ১৫ অক্টোবৰৰ পৰিৱৰ্তে ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব পাৰে।

উল্লেখ্য যে, ভাৰতে ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। আনহাতে, ৬ অক্টোবৰত নেডাৰলেণ্ডৰ বিপক্ষে প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব পাকিস্তান। ইয়াৰ পিছতে দলটোৱে পুনৰ ১২ অক্টোবৰত হায়দৰাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় মেচত ভাগ ল’ব।

এনে পৰিস্থিতিত ভাৰত-পাক মেচখন এদিন আগুৱাই দিলে পাকিস্তান কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। প্ৰতিপক্ষ ভাৰতৰ বিপক্ষে হাই প্ৰফাইল মেচখনৰ অনুশীলনৰ বাবে তেতিয়া পাকিস্তানে মাত্ৰ এদিনৰ সময়হে লাভ কৰিব। এই দিশটোও অৱশ্যে বিচিচিআই- ৰ বিবেচনাৰ আওতালৈ আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd