• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰত ‘আস্থা’ ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত আইনৰ শাসনৰ প্ৰতি বিশ্বাস পুনৰুদ্ধাৰ কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে জাৰি কৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 

মণিপুৰত সংঘটিত বিভিন্ন হিংসাত্মক ঘটনাৰ তদন্ত, হিংসাৰ বলি হোৱা লোকৰ সাহায্য, ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ দৰে মানৱীয় কাম-কাজৰ পৰ্যালোচনাৰ বাবে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশক লৈ এখন বিশেষ সমিতি গঠন কৰে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধ্বংসপ্ৰাপ্ত ধৰ্মীয় স্থান। 

Apply Now

এই সমিতিৰ নেতৃত্বত থাকিব জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টল। ইয়াৰ উপৰি এই কমিটিত থাকিব বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শলিনী ফানছালাৰ যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেন। 

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে চিবিআইক যি ১১টা যৌন হিংসাৰ গোচৰত এফআইআৰ দাখিল কৰা হৈছে তাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কমিটিখনক। তদন্তৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ চিবিআইৰ তদন্তকাৰী দলত অন্য ৰাজ্যৰ ডিৱাইএছপি ৰেংকৰ কমেও ৫ জন বিষয়াক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। 

কেৱল এয়াই নহয়, এই গোচৰসমূহৰ তদন্ত সন্দৰ্ভত চিবিআইয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দিব লাগিব। ইয়াৰ বাবে আদালতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন ডিজিপি তথা মুম্বাই আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত দত্তত্ৰেয় পদশালাগিকাৰক তত্বাৱধায়ক বিষয়া হিচাপে নিযুক্তি দিছে। তেওঁ চিবিআইৰ তদন্তৰ বিষয়ে আদালতক অৱগত কৰিব লাগিব। 

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে এই সন্দৰ্ভত কয় যে, “ইয়াৰ ফলত চিবিআইৰ তদন্তত নিৰাপত্তাৰ আন এক স্তৰ সংযোগ হৈছে।” যিবোৰ গোচৰ চিবিআইক গতাই দিয়া হোৱা নাই সেইবোৰৰ তদন্ত কৰিব মণিপুৰ ৰাজ্যিক আৰক্ষীয়ে। 

ৰাজ্যখনৰ হৈ আদালতত হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই গোচৰসমূহৰ তদন্তৰ বাবে ৰাজ্যই ৪২টা বিশেষ তদন্তকাৰী দল গঠন কৰিব। তদন্তৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ আদালতে এই বিশেষ তদন্তকাৰী দলসমূহত অন্য ৰাজ্যৰ আৰক্ষী বাহিনীৰ অন্ততঃ এজন পৰিদৰ্শকক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে যোৱা সপ্তাহত মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰ ৰাজ্য প্ৰশাসনক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। তদন্তত পলম কৰা বুলি আৰক্ষীক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। আদালতে পৰ্যবেক্ষণ কৰে যে, পঞ্জীয়ন হোৱা এফআইআৰৰ সংখ্যাৰ তুলনাত গ্ৰেপ্তাৰ হোৱা লোক অতি কম। 

আদালতে মন্তব্য কৰে যে ৰাজ্যখনত আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি গৈছে। মণিপুৰৰ ডিজিপিক ব্যক্তিগতভাৱে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হয়। সেই নিৰ্দেশৰ পিছতে আদালতত হাজিৰ হয় মণিপুৰৰ ডিজিপি।

লগতে পঢ়কঃ লখিমপুৰত AI4Bharat-ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি

লগতে পঢ়কঃ জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে

লগতে পঢ়কঃ ক্ৰন’ল’জী! আদানীৰ ‘সংঘী ইণ্ডাষ্ট্ৰীজ’ৰ অংশীদাৰিত্ব ক্ৰয়ৰ পিছতে কংগ্ৰেছে তুলিছে অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd