• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰেঃ আপ

কাৰ্যতঃ এক লাখ টকাৰ বিনিময়ত আশা কৰ্মীৰ সংস্থাপন নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 9:03 pm
aap
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী স্বাস্থ্যসেৱাৰ ‘ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ’ হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আপ, অসমে

আপৰ অসম শাখাৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই এক বিবৃতি যোগে উল্লেখ কৰে যে আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে৷

Apply Now

বিবৃতিটোত আপে কয়, বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ এটা সিদ্ধান্ত আছিল যে আশা আৰু আশা ছুপাভাইজৰসকলে ৬০ বছৰ বয়সৰ আগতে পদত্যাগ কৰিব বা স্বেচ্ছামূলক সেৱাৰ পৰা অব্যাহতি ল’ব পাৰে।

“এনে পৰিস্থিতিত ন্যূনতম ১০ বছৰৰ বাবে নিৰন্তৰ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়ালে ১ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভৰ বাবে যোগ্য বিবেচিত হ’ব বুলি কেবিনেটে সিদ্ধান্ত লৈছে।”- আপে বিবৃতিটোত লগতে উল্লেখ কৰে।

আপে দাবী কৰে যে এই সিদ্ধান্ত অনুসৰি যোৱা ১৩ বছৰে ২০০০-৩০০০ টকাৰ নূন্যতম পাৰিতোষিকেৰে সেৱা আগবঢ়াই থকা সৰহসংখ্যক আশাকৰ্মীক স্বেচ্ছাই অব্যাহতি ল’বলৈ উচতাইছে চৰকাৰে৷

আম আদমি পাৰ্টীয়ে আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু শ্ৰম আইন অনুসৰি নূন্যতম ১০,০০০ টকাৰ দৰমহাৰ দাবী কৰি আহিছে বুলি আপৰ যুটীয়া সম্পাদকগৰাকীয়ে উল্লেখ কৰে।

যোৱা ১১ জুলাইত আপে এক সংবাদমেলযোগে উপৰোক্ত দাবীসমূহ উত্থাপন কৰাৰ লগতে আশা কৰ্মীসকলৰ সৈতে হোৱা অন্যায়ৰ তথ্য উদঙাইছিল৷

আপ অসমৰ সজোৰ দাবী আৰু অশা কৰ্মীসকলৰ কাতৰ আহ্বানক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পদে পদে উপেক্ষা কৰিছে বুলি আপে অভিযোগ কৰি।

আশা কৰ্মীসকলৰ কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ প্ৰৱৰ্তন আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত অতিশীঘ্ৰেই জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা সদৰি কৰে আপ অসমে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd