• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত হিংসাৰ বীজ সিঁচিছে কংগ্ৰেছে – ৰাহুল গান্ধীক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 4:46 pm
9.4k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ সমস্যাক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদীৰ মৌনতা ভংগৰ বাবে সংসদত অনাস্থাৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। 

শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ এই ভাষণক সমালোচনা কৰি সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয়, “মণিপুৰ জ্বলি আছে আৰু প্ৰধানমন্ত্ৰীয়ে হাঁহিছে”। 

ৰাহুলৰ এই মন্তব্যৰ প্ৰতুত্তৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ কয়, মণিপুৰত হিংসাৰ বীজ সিঁচিছে কংগ্ৰেছে।

শুকুৰবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱক সম্বোধন কৰি মণিপুৰ তেওঁৰ হৃদয়ৰ অংশ বুলি কয়। মণিপুৰত হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কথাও তেওঁ কয়। দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভৱিষ্যতেও এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীৰ আগত গৃহমন্ত্ৰীয়েও সংসদত মণিপুৰৰ সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। আনকি গৃহমন্ত্ৰী নিজে মণিপুৰলৈ যায় আৰু তাতে ৪ দিন থাকে। গৃহ ৰাজ্য মন্ত্ৰীগৰাকীও ২৪ দিন মণিপুৰতে থাকে।”

ইয়াৰ পিছত তেওঁ কংগ্ৰেছক আকৌ আক্ৰমণ কৰি কয়, “কিন্তু কংগ্ৰেছে সংসদ আৰু মণিপুৰত অশান্তিৰ সৃষ্টি কৰিছে। বেয়া শব্দ ব্যৱহাৰ কৰি অশ্লীল কথা কোৱাটো কংগ্ৰেছৰ অভ্যাসত পৰিণত হৈছে।”

ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘কোনো ভাৰতীয় নাগৰিকে ভাৰত মাতৃক হত্যা কৰাৰ কথা ভাবিব পাৰেনে? ‘টুকৰে টুকৰে গেঙ’ৰ অংশ হোৱাসকলেহে তেনেকৈ ভাবিব পাৰে। 

অনুৰাগ ঠাকুৰে মণিপুৰৰ কথাত কংগ্ৰেছে গুৰুত্ব নিদিয়ে আৰু সদায় বাতৰিৰ শিৰোনামত কেনেকৈ থাকিব পাৰি সেই বিষয়েহে চিন্তা কৰে বুলি অভিযোগ উত্থাপন কৰে। 

‘মণিপুৰত যদি কোনোবাই হিংসাৰ বীজ সিঁচিছিল, সেয়া আছিল ৰাহুল গান্ধীৰ পৰিয়াল আৰু কংগ্ৰেছ দলে। উত্তৰ-পূব ভাৰতত আজি যি ঘৃণা বিদ্যমান, তাৰ কাৰণ হ’ল নেহৰু-গান্ধী পৰিয়াল।” – শেষত কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক আক্ৰমণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এইদৰে কয়।

Recent News

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd