• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত হিংসাৰ বীজ সিঁচিছে কংগ্ৰেছে – ৰাহুল গান্ধীক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ সমস্যাক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদীৰ মৌনতা ভংগৰ বাবে সংসদত অনাস্থাৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। 

শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ এই ভাষণক সমালোচনা কৰি সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয়, “মণিপুৰ জ্বলি আছে আৰু প্ৰধানমন্ত্ৰীয়ে হাঁহিছে”। 

Apply Now

ৰাহুলৰ এই মন্তব্যৰ প্ৰতুত্তৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ কয়, মণিপুৰত হিংসাৰ বীজ সিঁচিছে কংগ্ৰেছে।

শুকুৰবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱক সম্বোধন কৰি মণিপুৰ তেওঁৰ হৃদয়ৰ অংশ বুলি কয়। মণিপুৰত হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কথাও তেওঁ কয়। দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভৱিষ্যতেও এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীৰ আগত গৃহমন্ত্ৰীয়েও সংসদত মণিপুৰৰ সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। আনকি গৃহমন্ত্ৰী নিজে মণিপুৰলৈ যায় আৰু তাতে ৪ দিন থাকে। গৃহ ৰাজ্য মন্ত্ৰীগৰাকীও ২৪ দিন মণিপুৰতে থাকে।”

ইয়াৰ পিছত তেওঁ কংগ্ৰেছক আকৌ আক্ৰমণ কৰি কয়, “কিন্তু কংগ্ৰেছে সংসদ আৰু মণিপুৰত অশান্তিৰ সৃষ্টি কৰিছে। বেয়া শব্দ ব্যৱহাৰ কৰি অশ্লীল কথা কোৱাটো কংগ্ৰেছৰ অভ্যাসত পৰিণত হৈছে।”

ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘কোনো ভাৰতীয় নাগৰিকে ভাৰত মাতৃক হত্যা কৰাৰ কথা ভাবিব পাৰেনে? ‘টুকৰে টুকৰে গেঙ’ৰ অংশ হোৱাসকলেহে তেনেকৈ ভাবিব পাৰে। 

অনুৰাগ ঠাকুৰে মণিপুৰৰ কথাত কংগ্ৰেছে গুৰুত্ব নিদিয়ে আৰু সদায় বাতৰিৰ শিৰোনামত কেনেকৈ থাকিব পাৰি সেই বিষয়েহে চিন্তা কৰে বুলি অভিযোগ উত্থাপন কৰে। 

‘মণিপুৰত যদি কোনোবাই হিংসাৰ বীজ সিঁচিছিল, সেয়া আছিল ৰাহুল গান্ধীৰ পৰিয়াল আৰু কংগ্ৰেছ দলে। উত্তৰ-পূব ভাৰতত আজি যি ঘৃণা বিদ্যমান, তাৰ কাৰণ হ’ল নেহৰু-গান্ধী পৰিয়াল।” – শেষত কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক আক্ৰমণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এইদৰে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd