• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘ৰাইজৰ অৰ্থনৈতিক সমতা অবিহনে গণতন্ত্ৰৰ  প্ৰতিষ্ঠা সম্ভৱ নহয়।’

ৰত্না ভৰালী তালুকদাৰ by ৰত্না ভৰালী তালুকদাৰ
August 15, 2023 12:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে বিশিষ্ট লেখিকা ৰত্না ভৰালী তালুকদাৰে – 

প্ৰশ্নঃ স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি  এক অস্বাভাৱিক সংকটৰ গৰাহত।  এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?

উত্তৰঃ স্বাধীনতাৰ ৭৬ বৰ্ষত  ক্ষমতাত থকা সাম্প্ৰদায়িক শক্তিয়ে দেশৰ অখণ্ডতাৰ আধাৰস্বৰূপ ধৰ্মনিৰপেক্ষতাক নস্যাৎ কৰি ন্যায়পালিকা, বিধানমণ্ডল, সংবাদ মাধ্যমকে ধৰি দেশৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি অনা ভাবুকিয়েই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবোঁ। ধৰ্মনিৰপেক্ষতা আৰু সাংবাধানিক প্ৰতিষ্ঠানসমূহক নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ জনসাধাৰণক ধৰ্মৰ নামত আৰু জাতিপ্ৰথাৰ নামত ভাগ ভাগ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় সমাগত নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিৰ পৰাভূত কৰি গণতান্ত্ৰিক প্ৰমূল্যক উৰ্ধত তুলি ধৰা শক্তিৰ হাতত দেশৰ শাসনভাৰ তুলি দিয়া। 

Apply Now

প্ৰশ্নঃ গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?

উত্তৰঃ ৰাইজৰ অৰ্থনৈতিক সমতা অবিহনে গণতন্ত্ৰৰ  প্ৰতিষ্ঠা সম্ভৱ নহয়। আমাৰ ৰাজ্যৰ এক তৃতীয়াংশ লোক দৰিদ্ৰ সীমাৰ তলত বাস কৰে। চৰকাৰ হিতাধিকাৰী আঁচনিয়ে তেওঁলোকৰ কোনো উপকাৰ সাধন কৰিব পৰা নাই। গাৱঁৰ কৃষক পৰিয়ালৰ দৰিদ্ৰ বিধবা নাৰীয়েও এতিয়া বাট-পথ নিৰ্মাণৰ কামত নিশাৰ খেপৰ হাজিৰা কাম কৰি পেট প্ৰৱৰ্তাব লগা হৈছে। ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান বাঢ়ি আহিছে। এই ব্যৱধানে বহু কষ্টৰ মূৰত আৰ্জিত দেশৰ গণতন্ত্ৰক প্ৰহসনলৈ পৰিণত কৰি পেলোৱাৰ উপক্ৰম কৰিছে। 

প্ৰশ্নঃ এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?

উত্তৰঃ এহাতে সাধাৰণ মানুহৰ বাবে কৰ্মসংস্থাপনৰ বাট নাই আৰু আনহাতে চৰকাৰে দেশৰ সকলো সম্পদ এটা এটাকৈ বৃহৎ পূঁজিপতিৰ হাতত তুলি দিছে। দেশৰ আধা সম্পদ এক শতাংশ বৃহৎ পূঁজিপতিৰ হাতত কুক্ষিগত হৈছে । দেশৰ সম্পদ, প্ৰযুক্তি সকলো আজি এমুঠি পূঁজিপতিৰ হাতত।  এনে অৱস্থাত দেশত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা সম্ভৱ নহয়, বৰং ই সামন্ততন্ত্ৰৰ পিনেহে আমাক লৈ যাব। 

প্ৰশ্নঃ আজি  পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?

উত্তৰঃ আজিৰ পৰিস্থিতিত সাংবাধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ একমাত্ৰ উপায় হৈছে গণতান্ত্ৰিক মনোভাৱাপন্ন সকলো লোক একেখন মঞ্চৰ তলত সমবেত হোৱা, গণতন্ত্ৰৰ হকে  প্ৰবল জনমত গঢ়ি তোলা আৰু দেশৰ সাংবাধানিক সংকট তথা গণতন্ত্ৰলৈ অহা ভাবুকিবোৰৰ সন্দৰ্ভত সাধাৰণ মানুহক সচেতন কৰি তোলা।

ৰত্না ভৰালী তালুকদাৰ

ৰত্না ভৰালী তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd