• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় চৰকাৰে নোহোৱা কৰিলে ‘নেহেৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ পৰা নেহেৰুৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 3:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৬ জুন তাৰিখে নৰেন্দ্ৰ মোডী চৰকাৰে দিল্লীস্থিত ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ৰ নাম সলনি কৰাৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

সেই সিদ্ধান্ত অনুসৰি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস আৰু অৰ্থাৎ যোৱা ১৫ আগষ্টৰ পৰা এই নাম সলনিৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হয়।

Apply Now

নতুন সিদ্ধান্ত মৰ্মে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’  এতিয়াৰ পৰা ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ হিচাপে পৰিচিত হ’ব। 

সংগ্ৰহালয়টোৰ কাৰ্যবাহী পৰিষদৰ ভাইচ চেয়াৰমেনে টুইটাৰত এই নাম সলনিৰ কথা ঘোষণা কৰিছে। টুইটযোগে লিখিছে যে এই নামটো ‘১৪ আগষ্টলৈকে কাৰ্যকৰী’। অৰ্থাৎ স্বাধীনতা দিৱসৰ পৰাই ‘নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল’ৰ নাম সলনি কৰি ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাল সমাজ’ কৰা হৈছে।

উল্লেখ্য যে, ৫৯ বছৰতকৈও অধিক সময় ধৰি নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল বিশ্বব্যাপী গ্ৰন্থ আৰু আৰ্কাইভৰ ভঁৰাল হিচাপে জনাজাত হৈ আহিছে।

আনহাতে, যিখন সভাত নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি কৰি ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ কৰা হৈছিল সেইখন সভা সভাপতিত্ব কৰিছিল ৰাজনাথ সিঙে। উল্লেখ্য যে ৰাজনাথ সিং নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল সমিতিৰ উপ-সভাপতি।

ইফালে, কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে নেহৰু মেমৰিয়েলৰ নাম সলনি কৰাত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ নেতা সকলে কৈছে যে বিজেপিয়ে নেহেৰুৰ নাম আঁতৰাই দিলেও জনতাৰ অন্তৰৰ পৰা নেহেৰুৰ নাম কেতিয়াও মচি পেলাব নোৱাৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ টুইটাৰযোগে লিখিছে – “বিশেষকৈ আমাৰ প্ৰথম আৰু দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ কথা আহিলে প্ৰধানমন্ত্ৰী মোডীক ভয়, হীনমন্যতা আৰু নিৰাপত্তাহীনতাৰে ভৰি থকা যেন লাগে। তেওঁলোকৰ একমাত্ৰ এজেণ্ডা হৈছে নেহেৰু আৰু নেহেৰুৰ উত্তৰাধিকাৰক ভুৱা, বদনাম, বিকৃত আৰু ধ্বংস কৰা। প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা আন্দোলনত নেহেৰুৰ অৱদান আৰু ভাৰতত গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, বৈজ্ঞানিক আৰু উদাৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত নেহেৰুৰ অসাধাৰণ কৃতিত্ব কেতিয়াও কাঢ়ি নিব নোৱাৰে।’’

আনহাতে, নেহৰু স্মৃতিসৌধৰ নাম সলনিৰ সন্দৰ্ভত যোৱা ১৬ জুন তাৰিখে কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কৈছিল যে নেহৰু স্মৃতিসৌধৰ নাম সলনি কৰি এজন ব্যক্তিয়ে পুনৰবাৰ নিজৰ ক্ষুদ্ৰতা প্ৰদৰ্শন কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰীৰ বক্তব্যৰ কথা উল্লেখ কৰি বল্লভে কয় – সৰু মনৰে কোনেও ডাঙৰ হ’ব নোৱাৰে। লগতে তেওঁ কয় যে আনৰ নাম মচি নিজকে মহান কৰি তোলা ব্যক্তিৰ কথা দেশবাসীয়ে ভাবিব নোৱাৰে।

বল্লভে লগতে কয় যে পণ্ডিতজীৰ নাম ১৪০ কোটি মানুহৰ অন্তৰত লিখা আছে, ইয়াক কেনেকৈ মচিব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd