• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰত চাঞ্চল্য: ঘৰৰ ভিতৰতে সাংবাদিকক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2023 3:41 pm
journalist killed in Bihar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চিনেমাসদৃশ হত্যাকাণ্ডই জোকাৰি তুলিছে বিহাৰ। এগৰাকী সাংবাদিকক বন্দুকধাৰী আততায়ীয়ে ঘৰৰ ভিতৰতে গুলীয়াই হত্যা কৰাক লৈ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত সাংবাদিকগৰাকীৰ নাম বিমল যাদৱ বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, পুৱা প্ৰায় ৫:৩০ বজাত বিমল যাদৱৰ ঘৰৰ দুৱাৰত কোনো অচিনাক্ত লোকে টুকুৰিয়াই দুৱাৰ খুলিবলৈ কয় আৰু দুৱাৰ খোলাৰ পাছতে চাৰি বন্দুকধাৰী আততায়ীয়ে উপৰ্যুপৰি গুলীচালনাৰে তেওঁক হত্যা কৰে।

Apply Now

ৰাণীগঞ্জ বজাৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। হত্যাৰ বলি হোৱা ৩৫ বছৰীয়া বিমল যাদৱে দৈনিক জাগৰণ কাকতত স্থানীয় সাংবাদিক হিচাপে কাম কৰিছিল।

ঘটনাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু যাদৱৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে প্ৰাথমিক তথ্য-প্ৰমাণ সংগ্ৰহৰ বাবে ঘটনাস্থলীত ফফৰেনছিকদল উপস্থিত হয় বুলিও সদৰী কৰে।

ইফালে এই হত্যাকাণ্ডই বিহাৰৰ ৰাজনৈতিক জগত উত্তাল কৰি তুলিছে। বিৰোধীয়ে এই হত্যাকাণ্ডৰ বাবে ৰাজ্যৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰিছে। ৰাজ্য চৰকাৰক আইন-শৃংখলা ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ বুলি দাবী কৰিছে বিৰোধী নেতা চিৰাগ পাছৱানে।

অৱশ্যে সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শোক প্ৰকাশ কৰে। নীতিশ কুমাৰে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰি ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে তৎকালীনভাৱে তদন্তৰ নিৰ্দেশ দিয়ে বুলি উল্লেখ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, এই সন্দৰ্ভত দুগৰাকী লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

বিমল যাদৱৰ এই নৃশংস হত্যাৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তৰ পৰা তেওঁৰ ওচৰ-চুবুৰীয়াৰ সৈতে পুৰণি শত্ৰুতাই এই কাণ্ডৰ কাৰণ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

লক্ষণীয়ভাৱে, ২০১৯ চনত সাংবাদিকগৰাকীৰ ভাতৃক হত্যা কৰা হৈছিল। সেই ঘটনাৰ অন্যতম প্ৰধান সাক্ষী আছিল বিমল যাদৱ। বিমল যাদৱৰ হত্যাকাণ্ড উক্ত গোচৰৰ সৈতে জড়িত বুলিও সন্দেহ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd