• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাৰীৰিক সম্পৰ্ক নকৰাৰ বাবেই প্ৰেমিকাক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ প্ৰেমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2023 5:33 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে নিজৰ প্ৰেমিকাক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ কৰিলে এজন ব্যক্তিয়ে। জানিব পৰা মতে এই কাৰ্য সংঘটিত কৰা ব্যক্তিজনৰ ঘৰ উত্তৰ প্ৰদেশত আৰু তেখেতৰ নাম শিৱম কুমাৰ।

অভিযোগ অনুসৰি অভিযুক্ত আৰু ভুক্তভোগী দুয়োৰে মাজত পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমৰ সূত্ৰে লিভ-ইন-ৰিলেশ্বনত আছিল দুয়ো। 

গুৰুগ্ৰামৰ হাৰিয়ানাত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শুকুৰবাৰে ৰাজীৱ চ’ক এলেকাৰ পৰা অভিযুক্ত শিৱম কুমাৰক গ্ৰেপ্তাৰ কৰি সদৰ থানাত এজাহাৰ ৰুজু কৰা হয়।

খবৰ অনুসৰি ভুক্তভোগী প্ৰেমিকাগৰাকীৰ বয়স ২৮ বছৰ। তেওঁ যোৱা বৃহস্পতিবাৰে অভিযোগ কৰি কয় যে শিৱমে তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল আৰু তেওঁ শাৰীৰিক সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে শিৱমে  তেওঁৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰে।

এজাহাৰত লিখিছে মহিলাগৰাকীয়ে লিখিছে  যে তেওঁ নিজৰ স্বামীৰ আঁতৰি গুৰুগ্ৰামৰ ভাড়াঘৰ এটাত বাস কৰিছিল. সেই ভাড়াঘৰটোতেই তেওঁ শিৱম কুমাৰক লগ পাইছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত তেওঁলোকে লিভ-ইন-ৰিলেচনত থাকিবলৈ আৰম্ভ কৰে।

লগতে, মহিলাগৰাকীয়ে এজাহাৰত লিখিছে, “আমি আমাৰ লিভ-ইন-ৰিলেচন আৰম্ভ কৰাৰ কিছুদিন পিছতে শিৱমে মোক বিয়া কৰোঁৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু ইয়াৰ পিছত জানিব পাৰোঁ যে শিৱম বিবাহিত। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ আহি মোক পুনৰ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ কৰিছিল। আৰু মই শাৰীৰিক সম্পৰ্ক নাকচ কৰাৰ বাবে তেওঁ খং কৰি মোৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে আঘাত কৰি পলাই যায়। ইয়াৰ পিছত ওচৰ চুবুৰীয়াই খবৰটো লাভ কৰি মোক চিকিৎসালয়লৈ লৈ যায় ” 

ইতিমধ্যে এই ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Recent News

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd