• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘূৰ্ণীবতাহ ডেনিয়েলৰ মাৰাত্মক প্ৰভাৱ; লিবিয়াৰ এখন চহৰতে ২০০০ লোকৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 1:54 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

233
VIEWS
Share on FacebookShare on Twitter

লিবিয়াৰ পূব প্ৰান্তত ঘূৰ্ণীবতাহ ডেনিয়েলে সৃষ্টি কৰা বৰষুণ আৰু বানত ২০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। স্থানীয় বিষয়াসকলে জনোৱা মতে, সমগ্ৰ অঞ্চলটো পানীৰ সোঁতে সাগৰলৈ উটুৱাই নিছে।

সোমবাৰে সংবাদমেলত স্থানীয় লিবিয়ান ৰাষ্ট্ৰীয় সেনাবাহিনীৰ মুখপাত্ৰ আহমেদ মিছমাৰীয়ে কয় যে কেৱল ডেৰ্না চহৰতে ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। সেইদৰে, আন পাঁচৰ পৰা ছয় হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে।

লগতে পঢ়ক: বিৰল, বিস্ময়! ৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষলৈ ‘নিশিমুৰা’; খালী চকুৰে দেখা যাব সেউজীয়া ধুমকেতু

কিন্তু এই বাতৰি প্ৰকাশ কৰা সংবাদ মাধ্যমসমূহে বস্তুনিষ্ঠভাৱে মৃত্যু হোৱা আৰু নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা পৰীক্ষা কৰিব পৰা নাই।

সংসদে নিযুক্তি দিয়া চৰকাৰখনৰ মুৰব্বী ওছামা হামাদৰ উদ্ধৃতি দি লিবিয়াৰ নিউজ এজেন্সীয়ে জনায় যে পূবৰ ডেৰ্না চহৰত ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। সমগ্ৰ আৱাসিক এলেকা বানপানীত বুৰ গৈছে।

ফটো: সংগ্ৰহীত।

সোমবাৰে পুৱা লিবিয়াৰ ট্ৰিপলিস্থিত ঐক্য চৰকাৰৰ মুৰব্বী আব্দুল হামিদ দেইবেহে ধুমুহা আৰু বানপানীৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলটোক “দুৰ্যোগ অঞ্চল” হিচাপে ঘোষণা কৰে।

বাতৰি মতে, বেনগাজীৰ ৰেড ক্ৰীচেণ্টে পূৰ্বে ডেৰ্না চহৰত ১৫০ৰ পৰা ২৫০জন লোকৰ মৃত্যুৰ অনুমান কৰিছিল।

এল এন এৰ মুখপাত্ৰই জনোৱা মতে, ডেৰ্নাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত তাৰ বান্ধটো ভাঙি যায়। ফলত ঘৰ-দুৱাৰ আৰু ৰাস্তা-ঘাট ধ্বংস হৈ পৰিছে।

ফটো: সংগ্ৰহীত।

সংবাদমেলত মিছমাৰীয়ে কয় যে চহৰখনৰ দক্ষিণ দিশত দুটা বান্ধ ভাঙি বানৰ সৃষ্টি হয়।তিনিখন দলং ধ্বংস হৈছে। পানীৰ সোঁতে চাৰিওফালৰ সকলো অঞ্চলৰ ধ্বংসাৱশেষ সাগৰলৈ উটুৱাই নিছে।

আল-বাইদা, ডেৰ্না, আল-মাৰ্জ, টব্ৰুক, টেকনিছ, আল-বাইদা, বাট্টা, আল-জাবাল আল-আখদাৰ আৰু পূবৰ সকলো চহৰ আৰু গাঁও অভূতপূৰ্বভাৱে পানীত বুৰ গৈছে। তেওঁ কয় যে বেনগাজীলৈকে উপকূলীয় সকলো পথ ক্ষতিগ্ৰস্ত হৈছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd