• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰল, বিস্ময়! ৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষলৈ ‘নিশিমুৰা’; খালী চকুৰে দেখা যাব সেউজীয়া ধুমকেতু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 12:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ এক ৰহস্যময় সম্পদৰে পৰিপূৰ্ণ! সমগ্ৰ বিশ্বই আৰু এক বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ ওলাইছে। আজি নিশিমুৰা নামৰ ধুমকেতু এটাই পৃথিৱীক অতিক্ৰমি যাবলৈ ওলাইছে। সেয়াই নহয়, খালী চকুৰে ধুমকেতুটো দেখা পোৱা যাব। এই সেউজীয়া ৰঙৰ ধুমকেতুটোক নাম দিয়া হৈছে ‘নিশিমুৰা’।

জানিব পৰা মতে, এই নামটো জাপানে দিছিল। যোৱা ১১ আগষ্টত প্ৰথমবাৰৰ বাবে আকাশত এই ধুমকেতুটো আৱিষ্কাৰ কৰিছিল জাপানী জ্যোতিৰ্বিজ্ঞানী হিদেও নিশিমুৰাই। এই ছবিখন তেওঁ অত্যাধুনিক টেলিস্কোপৰ জৰিয়তে তুলিছিল। এই ধুমকেতুৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

গৱেষকসকলে কৈছে, মঙলবাৰে নিশিমুৰাই পৃথিৱীক অতিক্ৰম কৰিব। ইয়াৰ আকাৰ প্ৰায় এক কিলোমিটাৰ। আজি প্ৰায় ১২.৫ কোটি কিলোমিটাৰ দূৰত্বৰ পৰা ধুমকেতুটোৱে পৃথিৱীক ‘বাই বাই’ দিব। আৰু সেই মুহূৰ্তত নিশিমুৰাৰ গতিবেগ হ’ব পাৰে ২ লাখ ৪০ হাজাৰ মাইল।

Apply Now

লগতে পঢ়ক: নখ-দন্তহীন বলিং শ্বাহীন বাহিনীৰ! বিৰাট-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ পাঁচ উইকেট; বিধ্বস্ত পাকিস্তান

আজিৰ পৰা ৪৩৭ বছৰৰ পাছত পুনৰ দৃশ্যমান হ’ব ধুমকেতুটো। স্বাভাৱিকতে মঙলবাৰে ইয়াক প্ৰত্যক্ষ কৰাৰ সুযোগ কোনেও হেৰুৱাব বিচৰা নাই।

গৱেষকসকলৰ মতে এই ধুমকেতুটো চাবলৈ কোনো উন্নত দূৰবীণৰ প্ৰয়োজন নহ’ব। খালী চকুৰে দেখা পোৱা যাব। নাছাই কয় যে নিশিমুৰা সৌৰজগত পাৰ হৈ যোৱাৰ সময়ত আৰু উজ্জ্বল হৈ পৰিব।

পেৰিছ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী নিকোলাছ বিভাৰৰ ভাষাত, “নিশিমুৰাৰ আৱিষ্কাৰ বহু দিনৰ আগতে হোৱা নাছিল। আৰু ইমান কম সময়ৰ ভিতৰতে ইয়াক চাবলৈ পোৱাটো বৰ ভাগ্যৰ কথা। আৰু কাৰো হয়তো কেতিয়াও ইয়াক চাবলৈ ভাগ্য নহ’ব। কাৰণ ৪০০ বছৰলৈকে ইয়াক পুনৰ দেখা নাযাব।”

আনহাতে, হাল বিশ্ববিদ্যালয়ৰ অধ্যাপক ব্ৰেড গিবছনে কয়, “নিশিমুৰাক দেখাৰ সুযোগ হয়তো জীৱনত এবাৰহে আহিব। আৰু সেয়া কোনো অতিৰঞ্জিত নহয়। সমগ্ৰ বিশ্বই এই সেউজীয়া ধুমকেতুটোৰ সাক্ষী হ’বলৈ অপেক্ষা কৰি আছে।”

লগতে পঢ়ক: ‘সুখী’ কৰিবলৈ ৰাজি নাছিল শিল্পা! কেনেকৈ প্ৰস্তুত হ’ল মোহময়ী অভিনেত্ৰীগৰাকী?

উল্লেখ্য যে নিশিমুৰাৰ আৱিষ্কাৰৰ মাত্ৰ এমাহ পাৰ হৈ গ’ল। এই সময়ছোৱাৰ ভিতৰতে ই সন্মুখলৈ আহিবলৈ লৈছে। আৰু তাৰ পিছতে বিজ্ঞানী মহলত ব্যপক চৰ্চা আৰম্ভ হৈছে। তেওঁলোকে ভাবে যে ঘটনাটো অত্যন্ত বিৰল। এতিয়া সমগ্ৰ বিশ্বই নিশিমুৰাৰ সাক্ষী হ’বলৈ অপেক্ষা কৰি আছে। জীৱনত এবাৰেই যে পোৱা যাব এই সুযোগ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd