• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সুখী’ কৰিবলৈ ৰাজি নাছিল শিল্পা! কেনেকৈ প্ৰস্তুত হ’ল মোহময়ী অভিনেত্ৰীগৰাকী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 11:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ ডাঙৰ পৰ্দালৈ আহি আছে শিল্পা শ্বেট্টী। তেওঁৰ শেষৰখন মুক্তি পোৱা ছবি ‘নিকম্মা’ই বক্স অফিচত বিশেষ সঁহাৰি নাপালে। অৱশ্যে তেওঁৰ পৰৱৰ্তী ছবি ‘সুখী’ক লৈ আশাবাদী হৈ পৰিছে শিল্পা। শেহতীয়াকৈ মুম্বাইৰ মাল্টিপ্লেক্সত অনুষ্ঠিত হোৱা ট্ৰেইলাৰ মুক্তিৰ অনুষ্ঠানত শিল্পাই ছবিখনৰ সবিশেষ সাংবাদিকক জনায়।

সংগীতৰ তালে তালে ভাংৰা নৃত্য কৰি ‘সুখী’ৰ ট্ৰেইলাৰ মুক্তি অনুষ্ঠানত প্ৰৱেশ কৰে শিল্পাই। সুখীত আদবয়সীয়া ভাৰতীয় গৃহিণী হিচাপে দেখা যাব অভিনেত্ৰীগৰাকীক। দৈনন্দিন জীৱনৰ পৰা পলায়ন কৰিব বিচৰা এগৰাকী মহিলা হিচাপে পৰ্দাত দেখা যাব শিল্পাক। শিল্পাই কয় যে প্ৰথম অৱস্থাত তেওঁ ছবিখন কৰিবলৈ ৰাজি নাছিল।

শিল্পা ছেট্টী। ফাইল ফটো: সংগ্ৰহীত।

তেওঁ কয়, ‘যেতিয়া শিখা শৰ্মা আৰু বিক্ৰম মালহোত্ৰাই প্ৰথম এই ছবিখনৰ বাবে মোৰ কাষ চাপিছিল, তেতিয়া মই তেওঁলোকক আন কোনোবাক কাষ্ট কৰিবলৈ পৰামৰ্শ দিছিলো। মই নিজেই তেওঁলোকক চাৰি-পাঁচগৰাকী অভিনেত্ৰীৰ নাম দিলোঁ; কিন্তু শিখা আৰু বিক্ৰমে মোৰ লগতহে এই ছবিখন বনাব বিচাৰে। তেতিয়া মোৰ মনত আন কিবা এটা চলি আছিল। এই ছবিখনৰ বাবে মই একেবাৰেই প্ৰস্তুত নাছিলোঁ।‘’

Apply Now
শিল্পা ছেট্টী। ফাইল ফটো: সংগ্ৰহীত।

প্ৰস্তাৱ লাভ কৰাৰ আঠ মাহৰ পাছত শিল্পাই ‘সুখী’ ছবিখন কৰিবলৈ সন্মত হয়। তেওঁ কয়, ‘মই ক’ৰবালৈ গৈছিলোঁ, তাৰ পিছতে মোৰ স্বামীৰ ফোন আহিল৷ তেওঁ ফোনত কয়, “তুমি পাগল নেকি, এই ছবিখন এৰি দিবা?” আচলতে এই ছবিখনৰ চিত্ৰনাট্য বহুদিন টেবুলত পৰি আছিল। ঘৰৰ বাহিৰত থাকোঁতে ৰাজে চিত্ৰনাট্য পঢ়িলে। এই ছবিখনৰ কাহিনী তেওঁ ভাল পাইছিল। ৰাজৰ পৰামৰ্শ মতে মই ছবিখন কৰিবলৈ মান্তি হ’লোঁ।‘

শিল্পা ছেট্টী। ফাইল ফটো: সংগ্ৰহীত।

সুখী ছবিত নিজৰ ভূমিকা সন্দৰ্ভত কওঁতে শিল্পাই কয়, “এই ছবিখনৰ চৰিত্ৰটো তেনেকুৱাই, যিটো মই মোৰ ৩০ বছৰীয়া অভিনয় জীৱনত কৰা নাই। চৰিত্ৰটো মোৰ হৃদয়ৰ বহুত ওচৰৰ, অতি বাস্তৱ।”

নৱাগতা পৰিচালক শিখা শৰ্মাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয়, ‘এইখন শিখাৰ প্ৰথমখন ছবি হ’ব পাৰে, কিন্তু তেওঁৰ প্ৰতিভা আছে। শিখাই কৈছে, তেওঁৰ আত্মবিশ্বাস আছে যে মই চৰিত্ৰটোক উজ্জ্বলভাৱে চিত্ৰিত কৰিম। শিখাই মোক আন অভিনেতাৰ লগতে কৰ্মশালাত ৰাখিছিল। এই কথাটো মোৰ বৰ মনত পৰে। ৩০ বছৰীয়া অভিনয় জীৱনত প্ৰথমবাৰৰ বাবে এই ছবিখনৰ বাবে কৰ্মশালা কৰিছিলোঁ।’

শিল্পা ছেট্টী। ফাইল ফটো: সংগ্ৰহীত।

অহা ২২ ছেপ্টেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব ‘সুখী’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd