• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশদ্ৰোহ আইনক প্ৰত্যাহ্বান; গোচৰ বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 3:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা অৰ্থাৎ দেশদ্ৰোহ আইনক প্ৰত্যাহ্বান জনোৱা গোচৰটো উচ্চতম ন্যায়ালয়ে বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। মঙলবাৰে (১২ ছেপ্টেম্বৰ) যেতিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠলৈ গোচৰটো আহিছিল, তেতিয়া তেওঁলোকে কয় যে এই গোচৰটোৰ কমেও পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে শুনানি লোৱা উচিত।

তিনিজনীয়া বিচাৰপীঠে আজি কয় যে ১৯৬২ চনত এই সন্দৰ্ভত আন এটা গোচৰ আছিল। সেই গোচৰত ৫ জনীয়া বিচাৰপীঠে এই ব্যৱস্থা মানি লৈছিল। সেয়েহে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ বৃহত্তৰ বিচাৰপীঠৰ প্ৰয়োজন।

লগতে পঢ়ক: বিৰল, বিস্ময়! ৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষলৈ ‘নিশিমুৰা’; খালী চকুৰে দেখা যাব সেউজীয়া ধুমকেতু

Apply Now

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আজি কয় যে ১৯৬২ চনত আইনখনক প্ৰত্যাহ্বান জনোৱা গোচৰটো সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰৰ ভিত্তিত ঘোষণা কৰা হৈছিল। কিন্তু সেই সময়ত এই মৌলিক অধিকাৰৰ পৰিসৰ অতি সংকীৰ্ণ আছিল। আবেদনকাৰীয়েও কেবল সংবিধানৰ ১৯ ​​নং অনুচ্ছেদৰ ভিত্তিতহে এই আইনখনক প্ৰত্যাহ্বান জনাইছিল। কিন্তু পৰৱৰ্তী ক্ষেত্ৰত মৌলিক অধিকাৰৰ পৰিসৰ বৃদ্ধি পাইছে। পৰৱৰ্তীকালৰ বিভিন্ন ৰায়দানত সংবিধানৰ ১৪, ১৯ আৰু ২১ নং অনুচ্ছেদক ​​সামঞ্জস্যপূৰ্ণ বুলি স্বীকৃতি দিয়া হৈছে।

আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সংসদৰ নতুন অধিৱেশনৰ অন্তিম দিনটোত ভাৰতীয় দণ্ডবিধিৰ ঠাইত ‘ভাৰতীয় ন্যায় সংহিতা’ নামৰ নতুন বিধেয়কখন সংসদত উত্থাপন কৰা হব। যেতিয়ালৈকে সংসদে বিধেয়কখনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰে, কেন্দ্ৰীয় চৰকাৰে দেশদ্ৰোহ আইনক প্ৰত্যাহ্বান জনোৱা গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল।

অৱশ্যে উচ্চতম ন্যায়ালয়ে সেই আবেদন নাকচ কৰে। তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে নতুন বিধেয়কখন আইনত পৰিণত হ’লেও ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰাত পূর্বতে সংঘটিত হোৱা গোচৰসমূহত ইয়াৰ কোনো প্রভাৱ নপৰে৷ নতুন দণ্ডবিধিৰ প্ৰৱৰ্তন হ’লেও এই বিধানৰ বৈধতাৰ বাবে সাংবিধানিক বিচাৰৰ প্ৰয়োজন থাকিব।

লগতে পঢ়ক: ‘সুখী’ কৰিবলৈ ৰাজি নাছিল শিল্পা! কেনেকৈ প্ৰস্তুত হ’ল মোহময়ী অভিনেত্ৰীগৰাকী?

এনে পৰিস্থিতিত বিচাৰপীঠে পঞ্জীয়ন বিভাগক এই গোচৰৰ সকলো নথি-পত্ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁৱেই নতুন ৫ জনীয়া বিচাৰপীঠখন গঠন কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd