• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানী ক্ৰিকেট টীমৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ ভাবুকি অভিনেত্ৰীৰ; বিপাঙত বাবৰ আজম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 3:20 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমৰ বাবে এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। পাকিস্তানী অভিনেত্ৰী ছেহাৰ শ্বিনৱাৰীয়ে কয় যে এছিয়া কাপত বাবৰ আজম আৰু সতীৰ্থসকলে ভাৰতৰ বিৰুদ্ধে বিপুল পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত পাকিস্তানীৰ আৱেগেৰে খেলাৰ অভিযোগত বাবৰ তথা পাকিস্তানী দলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব।

উল্লেখ্য যে কেইদিন পূৰ্বে ভাৰতে ছুপাৰ ফ’ৰৰ মুখামুখিত পাকিস্তানক ২৩২ ৰাণেত পৰাস্ত কৰিছিল আৰু পিছলৈ এছিয়া কাপৰ শেষৰখন ছুপাৰ ফ’ৰৰ মেচত শ্ৰীলংকাইও পাকিস্তানক পৰাস্ত কৰিছিল যাৰ ফলত পাকিস্তান এছিয়া কাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।

লগতে পঢ়ক: ভাঙি গ’ল এক্স-মেন খ্যাত অভিনেতা হিউ জেকমেনৰ ২৭ বছৰীয়া সুখৰ সংসাৰ!

Apply Now

চলি থকা এছিয়া কাপ ২০২৩-ত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিবলৈ ছেহৰ শ্বিনৱাৰীয়ে মাইক্ৰ’ ব্লগিং প্লেটফৰ্ম এক্সত গৈ মন্তব্য কৰিছিল।

তেওঁ লিখিছে,’’বাবৰ আজম আৰু তেওঁৰ খেলুৱৈসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম কিয়নো এইলোকসকলে সদায় ক্ৰিকেট খেলাৰ পৰিৱৰ্তে আমাৰ জাতীয় অনুভুতিক লৈ খেলি আহিছে।‘’

লগতে পঢ়ক: হোমৱৰ্ক কৰা হোৱা নাই! অপহৰণৰ কাহিনী সাজি পুলিচ আংকলক নাকনি-কাননি খুৱালে কনমানিয়ে

ইপিনে, কেইবাজনেো পাকিস্তানীয়ে ছেহাৰৰ এই পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাবৰ আজম আৰু তেওঁৰ সতীৰ্থসকলক ভাৰতৰ বিৰুদ্ধে অপমানজনক পৰাজয়ৰ বাবে উপহাস কৰে।

আনহাতে, এজন নেটিজেনে লিখিছে, ‘চিল !!! এয়া এক খেল ! কল্পনা কৰকচোন বাবৰ আজমৰ ভাৰতীয় হ’লে কিমান মূল্য হ’লহেঁতেন? তেওঁ এজন অতি ভাল ক্ৰিকেটাৰ নিঃসন্দেহে! এনে মন্তব্য নিশ্চয় এৰাই চলিব!’

লগতে পঢ়ক: বিয়াৰ কাৰ্ড ছপা হৈও ভাঙি যায় সংগীতাৰ সৈতে বিয়া; কাৰ লগত বন্ধ কোঠাত ধৰা পৰিছিল ছলমান?

পাকিস্তানৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰা ছেহাৰ শ্বিনৱাৰী কোহাটৰ শিনৱাৰী জনগোষ্ঠীৰ অন্তৰ্গত। ছেহৰ শিনৱাৰীৰ পৰিয়ালে তেওঁ অভিনেত্ৰী হোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও নিজৰ সপোন ত্যাগ নকৰি ছেহাৰ অভিনেত্ৰী হ’ল। ২০১৪ চনত কমেডী ধাৰাবাহিক “ছাইৰ সাৱা ছাইৰ”ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে ছেহাৰে। ২০১৫ চনত তেওঁ এটা মৰ্নিং শ্ব’ হষ্ট কৰে আৰু ঘৰে ঘৰে এক পৰিচিত নামত পৰিণত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd