• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ কাৰ্ড ছপা হৈও ভাঙি যায় সংগীতাৰ সৈতে বিয়া; কাৰ লগত বন্ধ কোঠাত ধৰা পৰিছিল ছলমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 11:23 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছলমান খানৰ জীৱনত প্ৰেম বহুবাৰ আহিছে। কিন্তু তাৰ মাজত এবাৰ বিয়া পাতিবলৈ সাজু হৈছিল অভিনেতাজন। কেৰিয়াৰৰ আৰম্ভণিতে ছলমানে বলীউদৰ এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। সেই অভিনেত্ৰীগৰাকী আছিল সংগীতা বিজলানী।

আনকি ছলমান-সংগীতাৰ বিয়াৰ কাৰ্ডখনো ছপা হৈছিল। কিন্তু বিয়াৰ এমাহ আগতে ভাঙি গ’ল সম্পৰ্ক। আঁৰৰ কাৰণ হৈছে পৰকীয়া। ফ্লেটৰ বন্ধ কোঠাত আন এগৰাকী উদীয়মান অভিনেত্ৰীৰ সৈতে ছলমানক হাতেলোটে ধৰা পেলাইছিল সংগীতাই। ছলমানৰ আন এগৰাকী প্ৰাক্তন প্ৰেমিক সোমী আলী। ইমান বছৰৰ পাছত হঠাৎ সেই কথা প্ৰকাশ কৰিলে সোমীয়ে।

লগতে পঢ়ক: হঠাৎ মাজ আকাশৰ পৰা ভাঙি পৰিল যাত্ৰীবাহী বিমান; দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু

Apply Now

আঠ বছৰ ডেটিং কৰাৰ পিছত ছলমান আৰু সংগীতাই বিয়াৰ সিদ্ধান্ত লয়। সেই সময়ত সংগীতাৰ কেৰিয়াৰ প্ৰায় অস্তমিত হোৱাৰ পথত। তেতিয়া সফলতাৰ জখলা বগাই আছিল ছলমানে। ছলমানক বিয়া কৰাই পৰিয়াল গঢ়ি তোলাটো সংগীতাৰ ইচ্ছা আছিল। কিন্তু হঠাৎ সম্পৰ্কটো ছিন্নভিন্ন হৈ পৰিল।

তেওঁলোকৰ বিয়া ভাঙি গ’ল। বিয়াৰ এমাহ আগতে সংগীতাই গম পায় যে তেওঁলোকৰ মাজত তৃতীয় এক ব্যক্তিৰ প্ৰৱেশ ঘটিছে। পাকিস্তানী-আমেৰিকান অভিনেত্ৰী সোমী আলীৰ সৈতেও সম্পৰ্ক আছে ছলমানৰ।

লগতে পঢ়ক: অহা বছৰৰ পৰা অসমৰ চৰকাৰী মেডিকেল কলেজসমূহত নাথাকিব NRI কোটা

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সোমীয়ে কয় যে ‘’সংগীতা মোৰ ফ্লেটলৈ আহিছিল। তেওঁ ছলমানক হাতেলোটে ধৰিলে। সংগীতাৰ লগত ছলমানে যি কৰিছিল, মোৰ লগতো পিছত একেই কামেই কৰিলে। তেতিয়া মই বুজি পোৱা নাছিলো। পিছত মইও সেই কৰ্মফল ভোগ কৰিব লগা হ’ল।‘’

সোমীয়ে কয় যে ছলমানৰ অভিনয়ত তেওঁ আপ্লুত হৈ পৰিছিল। তেওঁ কেৱল ছলমানৰ বাবে বলীউডত কাম কৰাৰ সিদ্ধান্ত লৈছিল। ফ্ল’ৰিডাৰ পৰা মুম্বাইলৈ গুচি আহে। কেৱল সেয়াই নহয়, সোমীয়েও অন্তৰেৰে ছলমানক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মুখত ভূমি চুক্তিৰ কথা শুনাটো এক বিড়ম্বনা: মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

১৯৯৪ চনৰ ২৭ মে’ত ছলমান আৰু সংগীতাৰ বিয়া হোৱাৰ কথা আছিল। কিন্তু সোমীৰ সম্পৰ্কত জনাৰ পাছত এপ্ৰিল মাহত সংগীতাই বিয়া ভাঙি পেলায়। ইয়াৰ পিছত প্ৰায় আঠ বছৰ ধৰি ছলমানৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁ কেইবাখনো হিন্দী ছবিতো কাম কৰিছিল। সোমীয়ে ছলমানৰ সৈতে বুলণ্ডত অভিনয় কৰিছিল। কেইবাবছৰৰ পাছত বলীউডৰ পৰা আঁতৰি আহে। এতিয়া  প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে সমাজসেৱা আৰু নাৰী সবলীকৰণৰ কাম কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd