• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়ান গেমছ: তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি নকআউটত ভাৰতৰ ভলীবল দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 10:35 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাংঝু এছিয়ান গেমছৰ প্ৰথমখন খেলে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে কঢ়িয়াই আনিলে ভাল খবৰ। দ্বিতীয় দিনা ভাৰতীয় ভলীবল দলে এটা বৃহৎ অঘটন ঘটায়। গ্ৰুপ পৰ্যায়ত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰাৰ লগতে নক আউট পৰ্যায়ৰ টিকট নিশ্চিত কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতে তেওঁলোকৰ মেচত কম্বোডিয়ান দলক পৰাস্ত কৰিছিল। ফলত পাঁচ পইণ্টেৰে শীৰ্ষৰ পৰা নক আউট পৰ্যায়লৈ যোৱাটো নিশ্চিত কৰে। এইটো এছিয়ান গেমছৰ এতিয়ালৈকে ঘটা ডাঙৰ অঘটন বুলি ক’ব পাৰি। বুধবাৰে ভাৰতীয় ভলীবল দলটোক অভূতপূৰ্ব ৰূপত দেখা যায়। যোৱাবাৰৰ ৰূপৰ পদক বিজয়ীক হৰুৱাই অঘটন ঘটালে ভাৰতীয় দলটোৱে।

ভাৰতৰ সপক্ষে গেম স্ক’ৰ ৩-২ (২৫-২৭,২৯-২৭,২৫-২২,২০-২৫ আৰু ১৭-১৫)। গ্ৰুপ-চিৰ এইখন আছিল ভাৰতৰ অন্তিমখন খেল। কঠিন যুঁজৰ মেচখনত তেওঁলোকে জয়লাভ কৰে। এই জয় নিশ্চিত কৰিবলৈ তেওঁলোকে ২ ঘন্টা ৩৮ মিনিট যুঁজিবলগীয়া হৈছিল।

Apply Now

মঙলবাৰে কম্বোডিয়াৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিছিল। সেই মেচখনত অৱশ্যে ভাৰতীয় ভলীবল খেলুৱৈসকলে এই মেচখনৰ দৰে কষ্ট কৰিবলগীয়া হোৱা নাছিল। সেই মেচত ভাৰতীয় দলটোৱে সহজ জয় লাভ কৰিছিল। কম্বোডিয়াক ৩-০ ছেটত পৰাস্ত কৰে।

একেৰাহে দুটা জয়ৰে নিজৰ গ্ৰুপৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰে ভাৰতে। সেইদিনা ভাৰতৰ হৈ অমিত গুলিয়া আৰু অশ্বৱাল ৰায় আছিল তাৰকা প্ৰদৰ্শক। খেলখনৰ গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ হৈ গুৰুত্বপূৰ্ণ পইণ্ট তেওঁলোকে কাঢ়ি আনিছিল। ভাৰতে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ তেওঁলোকৰ পক্ষত ঘূৰাই আনিবলৈ সক্ষম হৈছিল। ফলত দক্ষিণ কোৰিয়াৰ ভলীবলাৰসকলে কোনো সময়তে ভাৰতৰ হাতৰ পৰা খেলৰ ছিঙি নিব নোৱাৰিলে।

পৰৱৰ্তী ৰাউণ্ডত ভাৰতে কাৰ সৈতে খেলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে পৰৱৰ্তী ৰাউণ্ডত ভাৰতে চীনৰ টাইপেই বা মংগোলিয়াৰ সৈতে খেলিব। এই মেচখনত জয়লাভ কৰিলে তেওঁলোকৰ কোৱাৰ্টাৰ ফাইনেল নিশ্চিত হ’ব। ভাৰতীয় ভলীবলৰ ইতিহাসত সেয়া হ’ব এক নজিৰবিহীন ঘটনা।

বহুদিন ধৰি ভাৰতীয় ভলীবলৰ পৰা কোনো পদক অহা নাই। শেষ পদক আহিছিল ১৯৮৬ চনৰ গেমছত। সেই বাৰ গেমছত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বিগত এছিয়ান গেমছত ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল নিৰাশাজনক। ইণ্ডোনেছিয়াত তেওঁলোকে ১২ নম্বৰ স্থান দখল কৰিছিল। এইবাৰ ভাৰতীয় দলটোৱে স্বাভাৱিকতে ১৯৮৬ চনত লাভ কৰা পদকৰ ৰং সলনি কৰিবলৈ অধীৰ হৈ ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd