• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Chandrayaan-3: নিদ্ৰা ভঙা নাই বিক্ৰম-প্ৰজ্ঞানৰ, পোৱা নাই সংকেত; হাৰ মানিবলৈ সাজু নহয় ইছৰো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 10:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰত চন্দ্ৰযান-৩ৰ মসৃণ অৱতৰণৰ পিছত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটিত কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা চলাইছিল। ইছৰোৰ মতে চন্দ্ৰযান-৩ অভিযানৰ লক্ষ্য পূৰণ হৈছে। সেয়া নি নহওক, এতিয়া ইছৰোৱে প্ৰজ্ঞান, বিক্ৰমক জগাই তুলিবলৈ অহৰহ চেষ্টা চলাই আছে যাতে অধিক অতিৰিক্ত তথ্য সংগ্ৰহ কৰিব পৰা যায়।

দেশৰ জনসাধাৰণে চন্দ্ৰযান-৩ সাৰ পোৱালৈ অপেক্ষা কৰি আছে। সূৰ্য পোহৰ হোৱাৰ লগে লগে প্ৰজ্ঞান ৰ’ভাৰ আৰু বিক্ৰম লেণ্ডাৰক জগাই তুলিবলৈ ইছৰোৱে আপ্ৰাণ চেষ্টা চলাইছে। যাতে তেওঁলোকে পুনৰ ইছৰোলৈ সংকেত পঠিয়াবলৈ আৰম্ভ কৰে। কিন্তু এতিয়ালৈ কোনো সংকেত পোৱা হোৱা নাই।

লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

Apply Now

বিজ্ঞানীসকলৰ মতে চন্দ্ৰযান-৩ অভিযানৰ পৰৱৰ্তী পৰ্যায় ইছৰোৰ বাবে কঠিন। ইছৰ’ই জনাইছে যে শুকুৰবাৰৰ পিছত আজি ২৩ ছেপ্টেম্বৰত প্ৰজ্ঞান ৰভাৰ আৰু বিক্ৰম লেণ্ডাৰক পুনৰ জগাই তোলাৰ প্ৰয়াস কৰা হ’ব।

চন্দ্ৰযান-৩ৰ চন্দ্ৰত ‘মসৃণ অৱতৰণ’ৰ পিছত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰত এটা সম্পূৰ্ণ দিন কটায়। এই সময়ছোৱাত বিক্ৰম আৰু প্ৰজ্ঞান কঢ়িয়াই নিয়া পেলোডটোৱে চন্দ্ৰপৃষ্ঠৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য ইছৰ’লৈ প্ৰেৰণ কৰে।

ইছৰোৰ বিজ্ঞানীসকলে কয় যে চন্দ্ৰযান-৩ অভিযানৰ উদ্দেশ্য পূৰণ হৈছে। এতিয়া আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তুলিবলৈ চেষ্টা কৰা হৈছে।

লগতে পঢ়ক: ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১ নং দল ভাৰত! অষ্ট্ৰেলিয়াক হৰুৱাই বিৰল অভিলেখ টীম ইণ্ডিয়াৰ

চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ১৪ দিনৰ সমান। ২৩ আগষ্টত চন্দ্ৰত পুৱা হোৱাৰ লগে লগে এটা নতুন দিন আৰম্ভ হয়। ২৩ আগষ্টত ইছৰ’ই চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে। তাৰ পিছৰে পৰা প্ৰায় ১১ দিন ধৰি প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰপৃষ্ঠৰ পৰা খনিজ পদাৰ্থ, ভূমিকম্পীয় কাৰ্যকলাপ আৰু প্লাজমা সম্পৰ্কে ইছৰ’ক গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰি আহিছে। ৭ ছেপ্টেম্বৰলৈকে চলিব পৰাকৈ এই অভিযানৰ ডিজাইন কৰা হৈছিল। শুকুৰবাৰে পুনৰ সূৰ্য্যৰ পোহৰ পৰাৰ লগে লগে ইছৰোৱে বিক্ৰম লেণ্ডাৰ আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাই তুলিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

Chandrayaan-3 Mission:
Efforts have been made to establish communication with the Vikram lander and Pragyan rover to ascertain their wake-up condition.

As of now, no signals have been received from them.

Efforts to establish contact will continue.

— ISRO (@isro) September 22, 2023

ইছৰোৱে চন্দ্ৰত ৰাতিপুৱা হোৱাৰ পিছতো বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞানত স্থাপন কৰা সৌৰ পেনেলৰ পৰা বেটাৰী সঠিকভাৱে চাৰ্জ কৰিবলৈ দুদিন ধৰি অপেক্ষা কৰি আছিল। শুকুৰবাৰে ইছৰোৰ বিজ্ঞানীসকলে বিক্ৰম আৰু প্ৰজ্ঞান ৰ’ভাৰৰ সৈতে যোগাযোগৰ বাবে বাৰে বাৰে চেষ্টা চলাইছিল যদিও বিফল হৈছিল। অৱশ্যে ইছৰ’ই টুইটযোগে প্রচেষ্টা অব্যাহত থাকিব বুলি প্রকাশ কৰে৷

ইপিনে, ইছৰোৰ পৰিকল্পনা অনুসৰি যদি লেণ্ডাৰ আৰু ৰ’ভাৰ সক্ৰিয় হয় তেন্তে চন্দ্ৰৰ পৰা অতিৰিক্ত তথ্য সংগ্ৰহ কৰি পূৰ্বৰ দৰে পৃথিৱীলৈ পঠিয়াব। ইছৰোৰ মতে, যদি সেয়া নহয়, তেন্তে ভাৰতৰ দূত হিচাপে বিক্ৰম লেণ্ডাৰ আৰু ৰ’ভাৰ প্ৰজ্ঞান চিৰদিনৰ বাবে চন্দ্ৰৰ মাটিত থাকি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd