• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি২০ৰ নতুন বিশ্ব অভিলেখ গঢ়িলে নেপালে, যুৱৰাজৰ অভিলেখ ভংগ নেপালী বেটাৰৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
September 27, 2023 4:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে এছিয়ান গেমছ টি-২০ প্ৰতিযোগিতাত মংগোলিয়াৰ বিৰুদ্ধে নেপাল ক্ৰিকেট দলে দুৰ্লভ অভিলেখ সৃষ্টি কৰিছে। বিশ্ব ক্ৰিকেটৰ শিশু হিচাপে পৰিচিত নেপালে টি২০ ক্ৰিকেটত একমাত্ৰ দল ৰূপে ৩০০ তথা ত্ৰিশতাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখৰ অধিকাৰী হয়।

বুধবাৰে এছিয়ান গেমছৰ টি২০ ক্ৰিকেট শাখাত চীনৰ হাংঝৌৰ পিংফেং কেম্পাছ ক্ৰিকেট ফিল্ডত নেপাল আৰু মংগোলিয়াৰ মাজৰ খেলখন অনুষ্ঠিত হয়। প্ৰথমে বেট ধৰি নেপালৰ বেটছমেনসকলে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি একপ্ৰকাৰে মংগোলিয়াৰ বলাৰসকলক উপহাসে কৰে।

Apply Now

নিৰ্ধাৰিত ২০ অভাৰত নেপালে তিনিটা উইকেট হেৰুওৱাই ৩১৪ ৰাণ সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়েয ইয়াৰ পূৰ্বে টি২০ ক্ৰিকেটৰ সৰ্বোচ্চ দলীয়া ৰাণ আছিল ২৭৮/৩। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে  আফগানিস্তানে ২৭৮/৩ সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী আছিল।

মেচখনত নেপালী বেটাৰ দীপেন্দ্ৰ সি আইৰীয়েও গঢ়ে অন্য এক বিশ্ব অভিলেখ। দীপেন্দ্ৰই একালৰ ভাৰতৰ বিস্ফোৰক বেটাৰ যুৱৰাজ সিঙৰ দ্ৰততম অৰ্ধ শতক অভিলেখ ভংগ কৰে। নেপালী বেটাৰ দীপেন্দ্ৰই মাত্ৰ ৯ টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰেয ইয়াৰ পূৰ্বে ২০০৭ৰ টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১২ টা বলতে যুৱৰাজে সিঙে অৰ্ধ শতক সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ ৰচনা কৰিছিল। মাত্ৰ ১০ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বেটাৰ দীপেন্দ্ৰই।

আনফালে আন এজন নেপালী বেটাৰ কুশল মাল্লাই ভাৰতৰ ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অভিলেখো ভংগ কৰে। মাত্ৰ ৩৪ বলতে শতক অৰ্জন কৰি মাল্লাই টি২০ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰাৰ গৌৰৱৰ অধিকাৰী হয়। মাল্লাই ৫০ টা বলত ১২ টা ছয় আৰু ৮ টা চাৰিৰে ১৩৭ ৰাণ সংগ্ৰহ কৰে।

মুঠৰপ ওপৰত এছিয়ান গেমছ টি-২০ত মংগোলিয়াৰ বিৰুদ্ধে নেপাল ক্ৰিকেট দলৰ ঐতিহাসিক প্ৰদৰ্শন ক্ৰিকেট ইতিহাসৰ বুৰঞ্জীত খোদিত হ’ব।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd