• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰণক্ষেত্ৰত পৰিণত টক শ্ব’; লাইভ চলি থকাৰ মাজতে ইজনে সিজনক মাৰিলে চৰ, ঘোচা, গোৰ! ভাইৰেল ভিডিঅ’

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2023 9:53 am
2.2k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান পাকিস্তানত কোনো নিৰ্বাচিত চৰকাৰ নাই। শ্বাহবাজ চৰকাৰৰ অন্ত পৰাৰ পিছত দায়িত্ব লৈছে কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰীয়ে। অহা বছৰৰ জানুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন। অৱশ্যে ইয়াৰ বিৰোধিতা কৰিছে ইমৰাণ খানৰ দলে।

তাৰ মাজতে চৰ্চালৈ আহিছে এটা আমোদজনক ঘটনা। টিভি চেনেলত লাইভ শ্ব’ৰ সময়ত ইমৰাণ আৰু শ্বাহবাজৰ দলৰ প্ৰতিনিধিৰ মাজত চলিল ব্যাপক মাৰপিটৰ ঘটনা। সেই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

লগতে পঢ়কঃ ৱেগনাৰৰ দায়িত্ব লাভ কৰা কোন এই আন্দ্ৰেই ট্ৰ’শ্বেভ? পুনৰ ইউক্ৰেইনত চলিব নেকি বিধ্বংসী আক্ৰমণ?

বাতৰি মতে, পাকিস্তানী এটা নিউজ চেনেলৰ ষ্টুডিঅ’ত এটা টক শ্ব’ চলি আছিল। হঠাৎ চাৰ্ট-পেণ্ট পিন্ধা এজন মানুহে কুৰ্তা আৰু পায়জামা পিন্ধা মানুহজনৰ ওপৰত হাত তোলে। ইয়াৰ পিছত দুয়োজনৰ মাজত আৰম্ভ হয় মাৰপিট, চৰ, ঘোচা আৰু গোৰ মৰাৰ ঘটনা। তাৰ পাছত ষ্টুডিঅ’ৰ বাকীসকলে কেনেবাকৈ দুয়োকে পৃথক কৰি কাজিয়া বন্ধ কৰিলে।

চাৰ্ট-পেণ্ট পিন্ধা ব্যক্তিজনৰ নাম শ্বেৰ আফজল। তেওঁ ইমৰাণ খানৰ দল পিটিআইৰ অধিবক্তা আৰু কুৰ্তা পায়জামা পিন্ধা মানুহজন শ্বাহবাজ শ্বৰীফৰ দল পিএমএলএনৰ সাংসদ আফনাউল্লাহ খান।

লগতে পঢ়কঃ মহানগৰীত বিশ্বকাপ জ্বৰ! আজি গুৱাহাটীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰস্তুতি মেচত টীম ইণ্ডিয়া

স্বাভাৱিকতে বুজা যায় যে সেই দেশৰ ৰাজনৈতিক পৰিৱেশ কিমান উত্তপ্ত, য’ত নিউজ চেনেলৰ বিতৰ্কতো তেওঁলোকে ইজনে সিজনক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ লৈছে। এই ভিডিঅ’টো নেট জগতত ভাইৰেল হৈ পৰিছে।

Contrary to what Sher Afzal Marwat claimed, Senator Afnanullah did take him to the ground and gave him a solid beating after being attacked — as the article rightly said, نیچے لٹاکر لاتیں رسید کیں ہیں۔

pic.twitter.com/cZkPKqulqO

— Anas Mallick (@AnasMallick) September 28, 2023

উল্লেখ্য যে এই ধৰণৰ ঘটনা পাকিস্তানত প্ৰথম নহয়। ২০২১ চনত পাকিস্তানৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ফিৰদুছ আছিক আৱানে লাইভ বিতৰ্কৰ সময়ত পিপিপি নেতা আব্দুল কাদিৰৰ কলাৰত ধৰি চৰ শোধাইছিল। আনহাতে, চাৰি বছৰ পূৰ্বে পিটিআইৰ নেতা মছৰূৰ আলীয়েও এজন পাকিস্তানী সাংবাদিকক চৰ মাৰিছিল। অৰ্থাৎ পাকিস্তানত এনে ঘটনাই আৰু বিশেষ গুৰুত্ব নোপোৱা হৈ পৰিছে! 

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd