• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুৎ নিয়ামক আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰিলে চৰকাৰে

এ পি ডি চি এলক নিজাববীয়াকৈ বিদ্যুত মাছুল বৃদ্ধিৰ ক্ষমতা প্ৰদান সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিয়মীয়াকৈ বিদ্যুৎ যোগানত চুড়ান্ত ভাৱে ব্যৰ্থ শক্তি বিভাগে ডিজিটেল মিটাৰ , স্মাৰ্ট মিটাৰৰ নামত ৰাইজক বলিৰ পঠা সজাই আছে। বিদ্যুতৰ সঘন মাছুল বৃদ্ধিৰে অসমৰ ৰাইজক ৰাম টাঙোন শোধাইছে শক্তি বিভাগে। স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পিছত ব্যাপক ভাবে কিয় মাছুল বৃদ্ধি হৈছে, সেই বিষয়ত আজিলৈ ৰাইজক শক্তি বিভাগে  উত্তৰ দিব নোৱাৰিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰৰ ফলত বিদ্যুত মাছুল বৃদ্ধি সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহন কৰাৰ প্ৰতিশ্ৰুতি দি আজিলৈ একো কৰিব পৰা নাই।

এনে সময়তে চৰকাৰে নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন  কৰি আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰাটো অসমৰ ৰাইজৰ বাবে এটা দুখবৰ। বিদ্যুৎ নিয়ামক আয়োগৰ  শুনানি নোহোৱাকৈ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত এ পি ডি চি এলক যেতিয়াই তেতিয়াই বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিবৃতিত আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – যি সময়ত বিদ্যুতৰ মাছুল বৃদ্ধিয়ে ৰাইজক ত্ৰাহি মধুসূদন সোৱৰাইছে সেই সময়ত এ পি ডি চি এলৰ ওপৰত থকা বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি আৰু অধিক বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ পথ মুকলি কৰি দিলে। বিদ্যুৎ যোগান ধৰিব নোৱাৰা চৰকাৰখনে ৰাইজৰ স্বাৰ্থলৈ লক্ষ্য নাৰাখি কেৱল মাছুল সংগ্ৰহতেই গুৰুত্ব দিছে।

Apply Now

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ২৪ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা চৰকাৰৰ দিনত এতিয়া ১২ ঘণ্টা পৰ্যন্ত বিদ্যুত কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰিছে। এফ পি পি এৰ নামত বিদ্যুৎ মাছুল বৃদ্ধি কৰিবলৈ নিয়ামক আয়োগৰ ওচৰত পূৰ্বতে আবেদন জনাব লাগিছিল তাৰ ভিত্তিত আয়োগে ৰাজহুৱা শুনানি গ্ৰহন কৰি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আয়োগৰ যি স্বতন্ত্ৰতা আছিল এতিয়া ক্ষমতা কৰ্তন কৰি চৰকাৰৰ হাতৰ পুতলাত পৰিণত কৰিলে। এনে ব্যৱস্থাৰ বাবে সৰ্বসাধৰনে এতিয়াৰ পৰা আৰু অধিক আৰ্থিক বোজাৰ সন্মুখীন হব লাগিব।

বিবৃতিটোৰ জড়িয়তে আপ, অসমে চৰকাৰক বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা আৰু ২৪ ঘণ্টাই ৰাইজক বিদ্যুৎ যোগান ধৰিবলৈ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd