• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

দিনটো ভালে যোৱাৰ কামনা কৰে নে? তেতিয়াহ’লে পুৱা বিৰত থাকক এনে কৰ্মৰ পৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 6:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দিন অধিক উৎপাদনশীল কৰি তুলিবলৈ হ’লে পুৱাৰ সময়খিনি আপুনি কেনেদৰে পাৰ কৰিছে, সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ। দিনটোৰ সময়ৰ ব্যৱহাৰ কেনেদৰে কৰিব বা ব্যস্ততাৰ সময়সূচী কেনেদৰে নিৰূপণ কৰি, সেয়া আপুনি পুৱাৰ সময়ত কৰা কৰ্মৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।

তদুপৰি দিনটোত আপোনাৰ শাৰীৰিক-মানসিক স্বাস্থ্যও নিৰ্ভৰ কৰে আপুনি পুৱা কেনেদৰে সময় ব্যৱহাৰ কৰিছিল তাৰ ওপৰত। সেয়ে দিনটোত আপোনাৰ সময়ৰ সঠিক মূল্যায়ন কৰিবলৈ তথা শাৰীৰিক-মানসিক স্বাস্থ্য সুন্দৰ কৰি ৰাখিবলৈ কিছুমান অস্বাস্থ্যকৰ বদ্ অভ্যাস ত্যাগ কৰিব লাগিব।

Apply Now

এটি সফল দিনৰ বাবে নিজকে সাজু কৰাৰ আৰম্ভণি সদায় এটি সফল ৰাতিপুৱাৰ পৰাই হয় আৰু এনে আৰম্ভণিয়ে দিনটোৰ বাকী সময়ছোৱাত আপোনাৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে।

এটি সফল দিনৰ বাবে পুৱা এইকেইটা কাম কৰাৰ পৰা দূৰত থাকক:

১/ সাৰ পাই বিচনাত পুনৰ জিৰণি ল’ব নালাগে

পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে শোৱাপাটী এৰা উচিত। পুনৰ জিৰণিৰ বাবে বিচনাত পৰি ৰ’লে দৈনন্দিন ৰুটিনত প্ৰভাৱ পৰে আৰু দিনটোৰ ব্যস্ততাপূৰ্ণ ৰুটিনত সময়ৰ হিচাপ খেলিমেলি হয়। এনে কাৰণত আপোনাৰ মানসিক শান্তিত দিনটোলৈ ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে।

২/ খালী পেটত চাহ বা কফি নাখাব

পুৱা একাপ চাহ বা কফিয়ে অৱসাদ দূৰ কৰি এক সৃজনী শক্তি দিয়ে। কিন্তু বিশেষজ্ঞসকলৰ মতে, খালী পেটতে চাহ-কফি খোৱা উচিত নহয়। চাহত কেফেইন থাকে। আৰু সেয়ে ৰাতিপুৱা খালী পেটত চাহ খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। খোৱাৰ ইচ্ছাও কমি যায়।

বহু লোকৰে গৰম চাহত চুমুক দিয়াৰ অভ্যাস আছে। বিশেষকৈ খালী পেটত কেতিয়াও এনে কৰিব নালাগে। এনে কৰিলে গৰম চাহে জিভা, খাদ্যনলীত অপকাৰ কৰিব পাৰে আৰু হৃদযন্ত্ৰত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।

আলচাৰৰ সমস্যা থকা লোকে খালী পেটত কেতিয়াও চাহ খাব নালাগে। গুৰুতৰ ক্ষতি হ’ব পাৰে। চাহ খালী পেটত সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ হ’ব। যাৰ ফলত ডিহাইড্ৰেছন হ’ব পাৰে।

৩/ এলাৰ্ম কেতিয়াও অফ নকৰিব বা পিছুৱাই নিদিব

পুৱা সোনকালে শোৱাপাটী এৰাটো এক ভাল অভ্যাস। ই ব্যক্তিৰ স্বাস্থ্যৰ বাবে সঞ্জীৱনী সদৃশ। টোপনিৰ পৰা সাৰ পোৱাৰ বাবে দিয়া এলাৰ্ম যদি বন্ধ কৰি দিয়া হয় বা পিছুৱাই দিয়া হয়, তেতিয়া আপোনাক পুনৰ টোপনিয়ে হেঁচি ধৰিব পাৰে। আৰু ইয়াৰ পৰিণতিত আপোনাৰ দিনটোলৈ অনেক ক্ষতি হ’ব।

৪/ চ’ছিয়েল মিডিয়া ব্যৱহাৰ নকৰিব:

ৰাতিপুৱা প্ৰথমতে ফোনত সময় কটালে বিচনাত বহু সময় ধৰি ৰৈ যোৱাৰে সম্ভাৱনাই অধিক। তদুপৰি চ’ছিয়েল মিডিয়াৰ কোনো নেতিবাচক খবৰ বা দৃশ্যই আপোনাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে

৫/ চেনিযুক্ত ব্ৰেকফাষ্ট নাখাব

চেনিযুক্ত ব্ৰেকফাষ্ট গ্ৰহণ কৰিলে দিনটোৰ পিছৰ সময়ছোৱাত প্ৰায়ে আপুনি এক অনাহক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

মানুহৰ শৰীৰে চেনিৰ শক্তি তাৎক্ষণিকভাৱে ব্যৱহাৰ কৰে আৰু অতি সোনকালেই ব্যক্তিয়ে ভোক বা অৱসাদ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তদুপৰি এই অভ্যাস পিছলৈ শৰীৰত ডায়েবেটিছৰ দৰে ৰোগৰ কাৰক হৈ উঠিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd