• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2023 7:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইমাহমানৰ আগতে ওড়িশাত সংঘটিত হোৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই দেশ কঁপাই তুলিছিল। কৰমণ্ডল এক্সপ্ৰেছৰ শোকাৱহ ঘটনাৰ পিছতে আন এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ দুৰ্ঘটনাস্থলী বিহাৰৰ ৰঘুনাথপুৰ। যোৱা নিশা নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’লপথৰ পৰা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত কেইবাজনো যাত্ৰীৰ মৃত্যু ঘটিছে। আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা জংচনৰ মাজত ১২৫০৬ নৰ্থ-ইষ্ট ছুপাৰফাষ্ট এক্সপ্ৰেছ চলি আছিল।

যোৱা নিশা ৯:৩০ বজাৰ খন্তেক পিছতে বিহাৰৰ ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত নৰ্থ-ইষ্ট ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লপথৰ পৰা লাইনচ্যুত হয়। এই দুৰ্ঘটনাত কমেও ১০০ যাত্ৰী আহত হয়। ইফালে মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বক্সাৰ আৰক্ষী অধীক্ষকে যোৱা নিশা সংঘটিত দুৰ্ঘটনাৰ পিছত ১ জন লোকৰ মৃত্যুৰ খবৰ দিছিল।

ইফালে ৰে’লখনৰ ২১টা দবা লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে। ৰে’লখনৰ তিনিটা এচি কম্পাৰ্টমেণ্টৰ ভিতৰত দুটা লাইনত ছিটিকি পৰি গৈছে। জানিব পৰা মতে, নিৰ্ধাৰিত সময়তকৈ ১ ঘণ্টা ৪০ মিনিট পলমকৈ চলি আছিল ৰে’লখন। বিহাৰৰ বাক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত যোৱা নিশা প্ৰায় ৯:৩৫ বজাত ৰে’লখন ৰেলপথৰ পৰা ওলাই যায়। ইফালে দুৰ্ঘটনাৰ বাবে সেই লাইনত ৰে’লৰ চলাচল বন্ধ হৈ পৰিছে।

Apply Now
ফটোঃ সংগ্ৰহীত।

দুৰ্ঘটনাৰ ফলত বিদ্যুতৰ খুঁটা, চিগনেল পোষ্ট আৰু আপ-ডাউন লাইনৰ ক্ষতিসাধন হয়। সেই পৰিস্থিতিত নতুন দিল্লী-হাওৰা মেইন লাইনত ৰে’লৰ চলাচল ব্যাহত হৈ পৰে। বহু ৰে’লৰ পথ সলনি কৰা হৈছে। কিছু ৰে’ল বাতিল কৰা হৈছে। ৰে’ল পৰিসেৱা স্বাভাৱিক কৰাৰ কৰাৰ বাবে ক্ষিপ্ৰ প্ৰচেষ্টা অব্যাহত আছে। নিশা ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হয়।

ইপিনে, কিহৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ’ল আৰু ৰে’লৰ দবাবোৰ ৰে’লপথৰ পৰা লাইনচ্যুত হৈ পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ এখন কমিটী গঠন কৰা হৈছে। কিন্তু ৰে’লৱেই মূলতঃ উদ্ধাৰ অভিযান আৰু সেৱাসমূহ স্বাভাৱিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে উদ্ধাৰ অভিযানৰ সময়তে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ হ’ব।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বিভিন্ন ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। সেইবোৰ হ’ল-

পাটনা :-৯৭৭১৪৪৯৯৭১

দানাপুৰ :-৮৯০৫৬৯৭৪৯৩

COMM নিয়ন্ত্ৰণ:-৭৭৫৯০৭০০০৪

দীন দয়াল উপাধ্যায় ষ্টেচন:- ৯৭৯৪৮৪৯৪৬১

তিনিচুকীয়া:- ৯৯৫৭৫৫৫৯৮৪

লামডিং:- ৯৯৫৭৫৫৩৯১৫

আলিপুৰদুৱাৰ:- ৯০০২০৫২৯৫৭

ৰঙিয়া:- ৯২৮৭৯৯৮১৬৬

বৰপেটা ৰোড:- ৯২৮৭৯৯৮১৭৩

নতুন বঙাইগাঁও:- ৮০১১১৬৭০৭৮

বাণিজ্যিক নিয়ন্ত্ৰণ, ৰঙিয়া:- ৯৯৫৭৫৫৪৯৬৮

কাটিহাৰ:- ৯৬০৮৮১৫৮৮০

বৰছই:- ৭৫৪১৮০৬৩৫৮

কিষানগঞ্জ:- ৭৫৪২০২৮০২০

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসা দলৰ সৈতে এখন বিশেষ ৰে’ল ৰঘুনাথপুৰৰ দুৰ্ঘটনাস্থলীলৈ ৰাওনা হয়। ইফালে এখন বিশেষ ৰে’লেও গভীৰ নিশা ৰঘুনাথপুৰ ষ্টেচনত উপস্থিত হৈ ৰে’লৰ বাকী থকা যাত্ৰীসকলক নিৰাপদে গন্তব্যস্থানলৈ লৈ যায়। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd