• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিমানত যৌন নিৰ্যাতনৰ বলি জনপ্ৰিয় অভিনেত্ৰী! দৰাচলতে কি ঘটিছিল দিব্যাৰ লগত?

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 12, 2023 12:49 pm
অভিনেত্ৰী দিব্য প্ৰভা।

অভিনেত্ৰী দিব্য প্ৰভা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানত বা বিমানবন্দৰত অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হোৱাটো যাত্ৰীৰ বাবে নতুন কথা নহয়। ইয়াৰ পূৰ্বে বিমানত বা বিমানবন্দৰত ক্ৰু মেম্বাৰে তাৰকাক অপমান কৰা বা বিমানৰ খাদ্যত মৃত পোক-পৰুৱা পোৱাৰ কেইবাটাও কাণ্ড সংঘটিত হৈছে। ছচিয়েল মিডিয়াত এটা উদাহৰণৰ খবৰ বহু দেখা যায়। কেতিয়াবা তাৰকাসকল বিমান সংস্থাৰ দ্বাৰা অস্বস্তিত পৰিবলগীয়া হয়। কিন্তু এইবাৰ বিমানত যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ মালয়ালম অভিনেত্ৰী দিব্যা প্ৰভাৰ। বিমানখনত থকা সহযাত্ৰীয়ে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে অভিনেত্ৰীগৰাকীয়ে।

ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। মালয়ালম অভিনেত্ৰীগৰাকীয়ে টুইটাৰত এটা পোষ্টত লিখিছে যে এয়াৰ ইণ্ডিয়াৰ বিমানত তেওঁক হাৰাশাস্তি কৰা হৈছিল। কেৰালা আৰক্ষীক তেওঁ এজাহাৰ দাখিল কৰে। মালয়ালম অভিনেত্ৰী দিব্যা প্ৰভাই ইনষ্টাগ্ৰামত নিজৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে।

লগতে পঢ়কঃ বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

Apply Now

অভিনেত্ৰীগৰাকীয়ে ৯ অক্টোবৰত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে মুম্বাইৰ পৰা কোচিলৈ যোৱা বুলি দাবী কৰে। তাতে কাষত বহি থকা সহযাত্ৰী এজনে তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিবলৈ ধৰে। তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজতো লিখিছে যে তেওঁৰ সতীৰ্থ যাত্ৰীজন মদ্যপান কৰি গোটেই বিমানখনত তেওঁক হাৰাশাস্তি কৰিছিল। ঘটনা সন্দৰ্ভত এয়াৰ হোষ্টেছক খবৰ দিয়াৰ পিছত তেওঁলোকে এই বিষয়ত মাত্ৰ এবাৰহে ব্যৱস্থা গ্ৰহণ কৰে। ব্যক্তিজনক আন এখন আসনলৈ বদলি কৰা হয়। কিন্তু আৰু আন কোনো ব্যৱস্থা লোৱা নহ’ল।

কোচি বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ বিমানবন্দৰ আৰু বিমান কৰ্তৃপক্ষক এই ঘটনাৰ খবৰ দিয়ে। ইয়াৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই বিষয়টো আৰক্ষীক খবৰ দিবলৈ কয়। তেওঁ তেওঁৰ টিকটৰ লগতে আৰক্ষীক আনুষ্ঠানিক অভিযোগ দাখিল কৰে। লগতে যাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে অনুৰোধ জনায়।

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য হিটমেন! আন্তৰ্জতিক ক্ৰিকেটত আটাইতকৈ বেছি ছিক্সাৰ; বিশ্বকাপত সৰ্বাধিক শতক…

এই কাণ্ডৰ বিষয়ে তেওঁ অভিযোগত লিখিছে, “১২চিত বহি থকা এজন যাত্ৰীয়ে মদ্যপ অৱস্থাত মোৰ সৈতে আসন সলনি কৰি টুৱেলভ বি (টেলভ এ) লয় আৰু অকাৰণতে আসনৰ অৱস্থানক লৈ তৰ্ক আৰম্ভ কৰি মোক গালি-গালাজ কৰে”।

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd