• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“ধন দিয়ক, নহ’লে ছেক্স ভিডিঅ’ ৰাজহুৱা কৰিম”, ভাবুকিৰে ধন ঘটি আৰক্ষীৰ জালত যুৱক

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 26, 2023 6:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমতে ফেচবুকত ধুনীয়া ছোৱালীৰ বন্ধুত্বৰ প্ৰস্তাৱ আহে। এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতে মেচেঞ্জাৰত মেচেজ আহে। তাৰ পাছত মেচেঞ্জাৰত হোৱাটছএপ নম্বৰ বিচাৰিব। তাৰ পাছত ভিডিঅ’ কল আহিব আৰু যুৱতীগৰাকীয়ে অনলাইন যৌনতাৰ প্ৰস্তাৱ দিব। ইয়াত সন্মিত দিয়াৰ লগে লগে ভিডিঅ’ কলটো স্ক্ৰীণ ৰেকৰ্ডিং কৰি ৰাখিব। আৰু তাৰ পাছতে ফোন কৰি আপোনাক ক’ব ‘ধন দিয়ক নহ’লে এই ভিডিঅ’ ভাইৰেল কৰা হ’ব।’

এনেদৰে বিভিন্ন লোকৰ পৰা ধন লুটি নিয়াৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে বিভিন্ন লোকে। এনে অভিযোগৰ মাজতে এনে এক কাণ্ডৰ এজন মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত পৰিছে।

Apply Now

দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ মেৱাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহেন্দ্ৰ সিং নামৰ এই মাষ্টাৰ মাইণ্ডজনক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনে হাৰিয়ানাৰ মেৱাটৰ পৰাই এই ব্লেকমেইলৰ অভিযান চলাই আহিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দিল্লীৰ এজন ভুক্তভোগী লোকে আৰক্ষীৰ কাষ চাপে। লোকজনলৈ প্ৰথমে এগৰাকী মহিলাৰ ফোন আহে। আৰু মহিলাগৰাকীয়ে লোকজনক অন্তৰংগ ভিডিঅ’ কল কৰিবলৈ সন্মত কৰোৱায়।

ইয়াৰ পাছতে ভুক্তভোগী লোকজনৰ ভিডিঅ’টো ভাইৰেল কৰাৰ বাবদ ধন দাবী কৰিবলৈ ধৰে। ভিডিঅ’টো ডিলিট কৰাৰ বাবদ মহেন্দ্ৰ সিঙে ভুক্তভোগী লোকজনৰ পৰা ৯ লাখ টকা দাবী কৰিছিল।

লোকজনে এই ধন দিয়াৰ পাছতো পুনৰ ধন দাবী কৰাৰ ফোন আহিবলৈ ধৰে। এইবাৰ ১৫ লাখ টকা দাবী কৰা হয়। লগতে ভাবুকি দিয়া হয় যদি তেওঁক ধনখিনি আদায় নিদিয়ে তেনে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিব।

আৰক্ষীৰ মতে, ভুক্তভোগীজনে ভীতিগ্ৰস্ত হৈ এই কথাটো কোনো লোককে ক’ব পৰা নাছিল। ভয়-শংকা আৰু লজ্জাত মানসিকভাৱে ভগ্নপ্ৰায় লোকজনে অৱশেষত তেওঁৰ এজন বন্ধুক ঘটনাটো বিৱৰি কয়। বন্ধুজনে তেওঁক আৰক্ষীৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে।

আৰক্ষীৰ কাষ চপাৰ লগে লগে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অৱশেষত আৰক্ষীয়ে ব্লেকমেইলিঙৰ মাষ্টাৰ মাইণ্ড মহেন্দ্ৰ সিঙক হাৰিয়ানাৰ মেৱাটত সন্ধান লাভ কৰি গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে মহেন্দ্ৰৰ পৰা এটা চুইপ মেচিন, ভাৰতপে, পেন ড্ৰাইভ, ১৬ জিবি মেম’ৰী কাৰ্ড আৰু আইফোন উদ্ধাৰ কৰি জব্দ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে মহেন্দ্ৰই কেবা বছৰ ধৰি এই কাম কৰি আহিছিল আৰু এনেদৰে ব্লেকমেইল কৰা আন কেইবাজনো ভুক্তভোগীও আছিল।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd