• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC World Cup 2023: ৬ খন মেচত জয়লাভ কৰিও ছেমি নিশ্চিত নহয় ভাৰতৰ! কি অংকত হব পাৰে বাহিৰ?

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 30, 2023 9:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট বিশ্বকাপত দুৰন্ত গতিত আগবাঢ়িছে ভাৰত। একেৰাহে খেলত জয়লাভ কৰি আছে টীম ইণ্ডিয়াই। এই পৰ্যন্ত ৰোহিত শৰ্মাৰ দলটোৱে বিশ্বকাপত ৬খন খেল খেলিছে আৰু প্ৰতিখনতে জয়ী হৈছে। স্বাভাৱিকতে এই মুহূৰ্তত ভাৰত যে অপ্ৰতিৰোধ্য ফৰ্মত আছে সেয়া স্পষ্ট। ইংলেণ্ডৰ খেলখনত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰোহিত শৰ্মাৰ দল।

এতিয়ালৈকে যিদৰে চলি আছে, তাত ভাৰত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যদিও আনুষ্ঠানিকভাৱে এতিয়াও সেয়া ঘোষণা কৰা হোৱা নাই। কিয়নো এতিয়াও কেইবাখনো মেচ বাকী আছে।

ছেমিফাইনেলত স্থান লাভৰ অন্যতম প্ৰতিদ্বন্দ্বী ভাৰত। ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড আছে। যি বৰ্তমান ছেমি দৌৰত আছে।

Apply Now

লগতে পঢ়কঃ প্ৰত্যাৱৰ্তন মানেই যেন মহম্মদ ছামি! ডিফেণ্ডিং চেম্পিয়নৰ পথ বিচ্যুতি

এতিয়ালৈকে কোনো দলেই চূড়ান্তভাৱে শেষ চাৰিত স্থান লাভ কৰিব পৰা নাই। প্ৰতিটো দলে এতিয়াও কেইখনমান মেচ খেলিব। ফলত পইণ্টৰ তালিকাখন সালসলনি হবই।

বৰ্তমান ভাৰত শীৰ্ষত আছে। দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। তেওঁলোকৰ ১০ পইণ্ট আৰু ১২ পইণ্টেৰে শীৰ্ষত আছে ভাৰত। তৃতীয় স্থানত আছে নিউজিলেণ্ড আৰু চতুৰ্থ স্থানত আছে অষ্ট্ৰেলিয়া। এই মুহূৰ্তত এই দুটা দলৰ পইণ্টৰ সংখ্যা ৮।

এই চাৰিটা দলৰ বাহিৰেও শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, নেদাৰলেণ্ডৰ দৰে দলে যুঁজ দিছে। যদিও তেওঁলোকৰ পইণ্টৰ সংখ্যা বহুত কম হয়। এই মুহূৰ্তত তেওঁলোক ৪ পইণ্টত ৰৈ আছে।

শ্ৰীলংকা আৰু আফগানিস্তানৰ বাহিৰে প্ৰতিটো দলে ৬খনকৈ মেচ খেলিছে। ফলত শ্ৰীলংকা আৰু আফগানিস্তানৰ সুযোগ অধিক। অৱশ্যে বাংলাদেশ আৰু ইংলেণ্ডে বিশ্বকাপৰ অভিযান সম্পূর্ণ কৰিছে৷ তেওঁলোকৰ কোনো আশা নাই।

লগতে পঢ়কঃ শাসক-বিৰোধীৰ সংঘাতত উত্তপ্ত বাংলাদেশ; গ্ৰেপ্তাৰ বিৰোধী দলৰ শীৰ্ষ নেতা, ৯০০ কৰ্মী

পইণ্ট তালিকা এতিয়ালৈকে যিদৰে আছে, তাত স্পষ্ট হৈ পৰিছে যে ভাৰত পৰৱৰ্তী ৰাউণ্ডলৈ যাব। কিন্তু ক্ৰিকেট অনিশ্চয়তাৰ খেল। সেয়ে, যদি পৰৱৰ্তী তিনিখন মেচত এই অঘটন ঘটে, তেন্তে পৰিস্থিতি সলনি হ’ব পাৰে।

ভাৰতৰ বিৰুদ্ধে খেলিবলৈ বাকী আছে শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ড। এই তিনিখন মেচত যদি কোনো অঘটন সংঘটিত হয় তেন্তে পৰিস্থিতি সলনি হ’ব পাৰে। প্ৰথম চাৰিৰ যুঁজৰ পৰাও ভাৰত বাহিৰ হ’ব পাৰে। অৱশ্যে বাকী মেচবোৰত বিপক্ষ দলে জয়ী হ’ব লাগিব৷

কিন্তু এই মুহূৰ্তত ভাৰত যি ফৰ্মত আছে, তালৈ চাই ছেমি ফাইনেল প্ৰায় নিশ্চিত। বাকী থকা তিনিটা দলৰ ভিতৰত দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মেচত ৰোহিত বাহিনী ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।

লগতে পঢ়কঃপ্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান

কিন্তু টীম ইণ্ডিয়াই এতিয়া আৰু সেই কথা চিন্তা কৰা নাই। বাকী থকা মেচসমূহত জয়েৰে অপৰাজেয় হৈ ছেমিফাইনেল খেলিবলৈ উদ্বাউল হৈ পৰিছে ৰোহিত বাহিনী।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd