• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজনৈতিক দলে লাভ কৰা চান্দাৰ বিষয়ে তথ্য জনাৰ অধিকাৰ নাই জনসাধাৰণৰ, সৰ্বোচ্ছ ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2023 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ডৰ ধন ক’ৰ পৰা আহিছে সেই কথা জনাৰ অধিকাৰ সাধাৰণা জনতাৰ নাই বুলি উচ্চতম ন্যায়ালয়ক জনাইছে কেন্দ্ৰীয় চৰকাৰে। 

ৰাজনৈতিক দলসমূহে কাৰ পৰা কেনেকৈ অনুদান লাভ কৰিছে, দলসমূহৰ তহবিললৈ ক’ৰ টকা আহিছে সেই কথা জনাৰ অধিকাৰ দেশৰ সাধাৰণ ৰাইজৰ নাই৷ 

Apply Now

সোমবাৰে দেশৰ শীর্ষ আদালতত এই কথা সদৰী কৰে কেন্দ্ৰই৷ ৰাজনৈতিক দলসমূহক অনুদানৰ বাবে নিৰ্বাচনী বণ্ডৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে এই সদৰী কৰে। 

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত ভেংকটাৰমণীয়ে কয় যে নিৰ্বাচনী বণ্ড আঁচনিখনে ৰাজনৈতিক দলৰ পুঁজিত বিশেষ অৱদান আগবঢ়ায়। কিন্তু এই প্ৰকল্পটোৱে কোনো ব্যক্তিৰ পৰিচয় প্ৰকাশ নকৰে। গতিকে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত সাধাৰণ নাগৰিকৰ এই সন্দৰ্ভত কোনো তথ্য জনাৰ অধিকাৰ নাই।

ভেংকটাৰমণীয়ে লগতে কয় যে ২০০৩ চনত উচ্চতম ন্যায়ালয়ে পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ গোচৰত ঐতিহাসিক ৰায়দান দিছিল। উচ্চতম ন্যায়ালয়ে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ বাছি লোৱাৰ পূৰ্বে ভোটাৰৰ সুবিধাৰ্থে নিজৰ ‘অপৰাধমূলক ইতিহাস’ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে। 

প্ৰাৰ্থী নিৰ্বাচনত প্ৰাৰ্থীৰ অপৰাধজনিত ইতিহাস জনাটো যথেষ্ট প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ হ’ব পাৰে, কিন্তু বৰ্তমানৰ গোচৰৰ সৈতে ইয়াক তুলনা কৰিব নোৱাৰি। 

নিৰ্বাচনী বণ্ড আঁচনিসমূহে পুঁজিদাতাসকলক গোপনীয়তাৰ সুবিধা প্ৰদান কৰে। গতিকে সাধাৰণ মানুহৰ এই বিষয়ে সকলো জনাৰ অধিকাৰ নাই।

৩১ অক্টোবৰত অৰ্থাৎ আজি উচ্চতম ন্যায়ালয়ত ৰাজনৈতিক দললৈ অনুদানৰ বাবে নিৰ্বাচনী বণ্ডৰ বৈধতা সম্পৰ্কীয় এক গোচৰৰ শুনানি চলি আছে। 

প্ৰসংগক্ৰমে ২০১৮ চনত মোডী চৰকাৰে নিৰ্বাচনী বণ্ড নীতি আৰম্ভ কৰিছিল। কোনো ব্যক্তি বা কৰ্পৰেট সংস্থাই যদি ৰাজনৈতিক দললৈ দান দিব বিচাৰে তেন্তে নিৰ্দিষ্ট মূল্যৰ বণ্ড ক্ৰয় কৰি নিজ নিজ দলক প্ৰদান কৰিব লাগে। এই নীতিৰ অধীনত ১০০০, ১০০০০, ১ লাখ, ১০ লাখ আৰু ১ কোটিৰ বণ্ড উপলব্ধ। 

নিয়ম অনুসৰি বণ্ড ইছ্যুকাৰীৰ পৰিচয় গোপনীয় কৰি ৰখা হয়। যোৱা ৫ বছৰত বণ্ডৰ দ্বাৰা ৯০ শতাংশ ধন বিজেপিৰ তহবিললৈ গৈছে। এই বণ্ডসমূহৰ বৈধতা সন্দৰ্ভত চিপিআইএমকে ধৰি চাৰিটা সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd