• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাঞ্চল্য! টিউচন শিক্ষয়িত্ৰী আৰু প্ৰেমিকে হত্যা কৰিলে দশম শ্ৰেণীৰ ছাত্ৰক

হত্যাকাণ্ডক অন্য ৰূপ দিবলৈ নিহত ছাত্ৰৰ পৰিয়ালক দিলে ‘আল্লাহু আকবৰ’ লিখা মুক্তিপণ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2023 10:58 am
Kanpur boy killed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে উত্তৰ প্ৰদেশ। ৰাজ্যখনৰ কানপুৰত এগৰাকী ১৭ বৰ্ষীয় কিশোৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কিশোৰটিৰ টিউচন শিক্ষয়িত্ৰী আৰু তেওঁৰ প্ৰেমিক।

আনহাতে কিশোৰটিৰ হত্যাৰ পিছতো অপহৰণৰ ৰূপ দি অভিযুক্তই মুক্তিপণ নোট পৰিয়াললৈ প্ৰেৰণ কৰে। কেৱল সিমানেই নহয়, এই সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ লক্ষ্যৰে মুক্তিপণত লিখি দিয়ে আল্লাহু আকবৰ ধ্বনি।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, টিউচন শিক্ষয়িত্ৰীগৰাকীৰ সৈতে কিশোৰটিৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত তেওঁৰ প্ৰেমিকে কিশোৰটিক হত্যা কৰে। দশম শ্ৰেণীৰ ছাত্ৰজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে অভিযুক্ত প্ৰভাত শুক্লাক গ্ৰেপ্তাৰ কৰে।

হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰচিতা নামৰ শিক্ষয়িত্ৰীগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। লগতে আৰিয়ান নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত কিশোৰটি কানপুৰৰ এগৰাকী আগশাৰীৰ কাপোৰ ব্যৱসায়ীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ ভাষ্য মতে, সন্ধিয়া তেওঁ স্কুটীৰে কোচিং ক্লাছৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পুনৰ ঘূৰি নাহে ঘৰলৈ।

পিছত তেওঁলোকৰ ঘৰত কাপোৰেৰে মুখ ঢাকি থকা এজন ব্যক্তিয়ে স্কুটিৰে আহি পুত্ৰক নিৰাপদে ঘূৰাই অনাৰ স্বাৰ্থত ৩০ লাখ টকা মুক্তিপণৰ দাবীত এখন চিঠি পেলাই থৈ যায়।

চিঠিখনত ‘আল্লাহ হু আকবৰ’ ধ্বনিৰ লগতে আল্লাহৰ ওপৰত বিশ্বাস ৰাখক বুলিও লিখা হৈছিল। তদন্তক অন্য দিশলৈ লৈ যোৱাৰ মানসেৰে কৌশলীভাৱে এই মুক্তিপণ পত্ৰখন দিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

ইফালে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ঘটনাস্থলীৰ চিচিটিভিৰ ফুটেজ। এই ফুটেজৰ তদন্তৰ অন্তত কিশোৰজনে স্বেচ্ছাই শুক্লাৰ লগত এটা ষ্ট’ৰ ৰুমলৈ গৈছিল বুলি জানিব পাৰে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে, কিশোৰটিক শিক্ষয়িত্ৰীয়ে তালৈ মতাৰ অজুহাত দেখুৱাইছিল শুক্লাই। ষ্ট’ৰৰুমৰ ভিতৰতে শুক্লাই কিশোৰটিক হত্যা কৰে আৰু ইয়াৰ পিছতে কাপোৰ সলনি কৰি স্কুটীত উঠি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

ইফালে, শিক্ষয়িত্ৰী ৰচিতাই এই অপৰাধত জড়িত থকাৰ কথা স্বীকাৰ কৰি মুক্তিপণ পত্ৰত থকা হাতৰ আখৰ তেওঁৰ প্ৰেমিক প্ৰভাত শুক্লাৰ বুলি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমাজবাদী পাৰ্টিৰ মুৰব্বী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এই সমগ্ৰ ঘটনাক অতি গুৰুতৰ বিষয় বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই অপৰাধক এটা বিশেষ সম্প্ৰদায়ৰ সৈতে সংযোগ কৰি মুক্তিপণ দাবী কৰাৰ ষড়যন্ত্ৰ অতি গুৰুতৰ বিষয় আখ্যা দিয়ে অখিলেশ যাদৱে আৰু এনে কাৰ্য দেশ আৰু সমাজৰ বাবে অত্যন্ত বিপজ্জনক বুলি দোহাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd