• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

World Cup 2023 Points Table: অংক হৈ পৰিছে জংক পংক! ভাৰতক অতিক্ৰমি পুনৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা; নিউজিলেণ্ডৰ পৰাজয়ে সুযোগ আনি দিছে পাকিস্তানক

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 2, 2023 8:02 am
World Cup 2023 Points Table: অংক হৈ পৰিছে জংক পংক! ভাৰতক অতিক্ৰমি পুনৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা; নিউজিলেণ্ডৰ পৰাজয়ে সুযোগ আনি দিছে পাকিস্তানক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ হাতত বৃহৎ ব্যৱধানত পৰাস্ত হৈ নিউজিলেণ্ড বিশ্বকাপৰ পইণ্ট তালিকাৰ পৰা পিছলি পৰিল। আৰু কিছু অঘটন ঘটিলেই নিউজিলেণ্ড ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব পাৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়ৰ বাবে দক্ষিণ আফ্ৰিকা পুনৰ লীগ তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে। তেওঁলোকে টীম ইণ্ডিয়াক সিংহাসনৰ পৰা নমাই দিলে।

বৰ্তমান দক্ষিণ আফ্ৰিকাই ৭খন মেচৰ ৬খনত জয়েৰে ১২ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থানত আছে। তেওঁলোকৰ নেট ৰান-ৰেট হৈছে +২.২৯০। চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ ৰান ৰেট আটাইতকৈ ভাল।

দক্ষিণ আফ্ৰিকাতকৈ এখন মেচ কম খেলি ভাৰতে ১২ পইণ্ট সংগ্ৰহ কৰিছে। ৰোহিত বাহিনী ৬ খন মেচত জয়লাভ কৰিছে। ইয়াৰ পিছতো টীম ইণ্ডিয়াই পুনৰ লীগ টেবুলৰ দ্বিতীয় স্থানলৈ নামিবলগীয়া হৈছিল।

দৰাচলতে পইণ্টৰ সংখ্যা সমান হ’লেও নেট ৰান ৰেটৰ ক্ষেত্ৰত ভাৰত প্ৰটিয়াছতকৈ পিছ পৰি আছে। টীম ইণ্ডিয়াৰ নেট ৰান ৰেট হৈছে +১.৪০৫।

নিউজিলেণ্ডৰ পৰাজয়ত লাভ হৈছে অষ্ট্ৰেলিয়াৰ। তেওঁলোকে লীগ তালিকাত তৃতীয় স্থান দখল কৰিছে। অষ্ট্ৰেলিয়াই প্ৰথম ৬খন খেলৰ পৰা ৪খনত জয়েৰে ৮ পইণ্ট সংগ্ৰহ কৰিছে। তেওঁলোকৰ নেট ৰান-ৰেট হৈছে +০.৯৭০।

এতিয়া নিউজিলেণ্ডৰ ছন্দপতন আৰু অষ্ট্ৰেলিয়াৰ ছন্দলৈ ওভতাৰ ধাৰাই শেহতীয়াকৈ জয়ৰ পথলৈ অহা পাকিস্তানৰ বাবে সুযোগ আনি দিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm
বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm
বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd