• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্লেমাৰৰ পৰা হাত সাৰিব নোৱাৰিলে! এইবাৰ অভিনয় জগতত ৰণবীৰ ভগ্নী, ঋষি-নীতুৰ কন্যা?

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 2, 2023 2:15 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

বহু বছৰ অভিনয় জগতৰ পৰা আঁতৰি আছিল। পৰিয়ালৰ প্ৰতিজনেই বলীউডৰ তাৰকা। পিতৃ-খুড়াক-ককাকহঁত হিন্দী ছবিৰ ৰথী-মহাৰথী। তথাপিও  কেতিয়াও কেমেৰাৰ মুখামুখি হোৱা নাছিল ৰিদ্ধিমা কাপুৰ সাহনীয়ে।

নিজৰ অলংকাৰৰ ব্যৱসায়কলৈয়ে তেওঁ সুখী। তেওঁৰ নিজা বিপনীও আছে। আৰু তেওঁ একেবাৰে গৃহস্থী মহিলা। খবৰ ওলাইছে যে তেওঁও অৱশেষত গ্লেমাৰৰ কবলৰ পৰা সাৰি যাব নোৱাৰিলে। অতি সোনকালে তেওঁক বলীউডত দেখা যাব।

ভাতৃ ৰণবীৰৰ সৈতে ৰিদ্ধিমা। ফটোঃ সংগ্ৰহীত।

কোনখন ছবিত অভিনয় কৰিব ঋষি-নীতু কাপুৰৰ কন্যাই? বাতৰি অনুসৰি, ৰিদ্ধিমা আহি আছে ‘দ্য ফেবুলাছ লাইভছ অৱ বলীউড ৱাইভছ’ৰ তৃতীয় ছিজনত। তেওঁৰ লগত থাকিব কল্যাণী সাহা চাওলা আৰু শালিনী পাছি।

ৰিদ্ধিমা, কল্যানী, শালিনী সকলো দিল্লীৰ সুপৰিচিত মুখ। লগতে কোনোবা নহয় কোনোবা প্ৰকাৰে তেওঁলোক বলীউডৰ লগত জড়িত। তিনিওগৰাকীয়েই আকৌ কৰণ জোহৰৰ ভাল বান্ধৱীও।

মাতৃ নীতু কাপুৰৰ সৈতে ৰিদ্ধিমা। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰথম দুটা ছিজনত উন্মোচিত হৈছিল নীলম কোথাৰী, মহীপ কাপুৰ, ভৱনা পাণ্ডে আৰু সীমা সচদেৱৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন। তেওঁলোক আছিল ক্ৰমে অভিনেতা সমীৰ ছোনী, সঞ্জয় কাপুৰ, চাংকি পাণ্ডে, আৰু ছোহেইল খান (প্ৰাক্তন)ৰ পত্নী।

মহীপ, ভাবনা, সীমা আৰু নীলমৰ দিল্লীত চাৰিওজনৰ লগ পোৱাৰ পৰাই ছিজন আৰম্ভ হয়। তেওঁলোককলৈয়েই ছিজনটো লাহে লাহে আগবাঢ়িছে।

ৰিদ্ধিমা কাপুৰ সাহনী। ফটোঃ সংগৃহীত।

জানিব পৰা মতে, ৰিদ্ধিমাৰ লগতে তৃতীয় ছিজনত নীতু কাপুৰেও বিশেষ ভূমিকাত থাকিব।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd