• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ত যাওঁ, ক’ত লুকাও অৱস্থা! আম্বানীৰ অনুষ্ঠানত ধৰা পৰিল ছাৰা-শুভমনৰ ঘনিষ্ঠতা

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 2, 2023 3:27 pm
আম্বানীৰ অনুষ্ঠানত ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমন গীল। ফটোঃ সংগ্ৰহীত।

আম্বানীৰ অনুষ্ঠানত ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমন গীল। ফটোঃ সংগ্ৰহীত।

53.3k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ​​মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বিশ্বকাপৰ খেল অনুষ্ঠিত হৈছে। খেলখনৰ দুদিন পূৰ্বে ৰোহিত শৰ্মাৰ দলটোৱে বলীউড চহৰখনত প্ৰৱেশ কৰিছিল। স্বাভাৱিকতে দলটোৰ সৈতে শুভমন গীলো মুম্বাইলৈ গৈছিল। অৱশ্যে মঙলবাৰে নিশা কিছু সময়ৰ বাবে তেওঁ তেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ লগত আছিল।

শচীনৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে শুভমন গীলৰ প্ৰেমৰ সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। আম্বানীৰ জিঅ’ ৱৰ্ল্ড প্লাজা মুকলি অনুষ্ঠানত এই জল্পনা-কল্পনাই নতুনকৈ ইন্ধন যোগালে। তাত এটা ফ্ৰেমত ধৰা পৰিল ছাৰা-শুভমন।

মঙলবাৰে আম্বানীৰ এই অনুষ্ঠান আছিল। তাতে মুম্বাইৰ সকলো গ্লেমাৰ তাৰকাৰ পয়োভৰ ঘটিছিল। তাৰকাসকলে বিভিন্ন সাজ-পোছাক পৰিধান কৰি কেমেৰাৰ সন্মুখত পোজ দিছিল। তালৈ শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰকো নিমন্ত্ৰণ কৰা হৈছিল।

ছাৰাই ৰঙা ৰঙৰ পোছাক পিন্ধিছিল। শুভমনে পিন্ধিছিল ক’লা সাজ। দুয়োজনেই একেলগে অনুষ্ঠানটোৰ পৰা ওলাই আহিছিল। হঠাৎ শুভমনে পাপাৰাজ্জিৰ কেমেৰালৈ লক্ষ্য কৰিলে। ক্ৰিকেটাৰজনে লগে লগে ঘূৰি গ’ল।  নিজকে লুকুৱাব বিচাৰিলে।

 

View this post on Instagram

 

A post shared by Instant Bollywood (@instantbollywood)

এই কথা ছাৰাই প্ৰথমে বুজি পোৱা নাছিল। তাৰ পিছত শুভমনৰ পৰা খবৰটো পালে যে কেমেৰাত ধৰা পৰি যাব পাৰে। তেওঁৱো ৰৈ গ’ল। হয়তো অলপ বিৰক্তও হয়। কিন্তু শুভমন-ছাৰাই যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয়, ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

উল্লেখ্য যে শুভমন-ছাৰাৰ প্ৰেমৰ গুঞ্জন বহু দিন ধৰি শুনা গৈছে। ইফালে, যুৱ ক্ৰিকেটাৰগৰাকীৰ নাম ছৈফ আলী খানৰ কন্যা ছাৰা আলী খানৰ সৈতেও জড়িত হৈছিল। কিন্তু সেই জল্পনা-কল্পনা সময়ৰ লগে লগে ম্লান হৈ পৰিছে। বৰঞ্চ শচীনৰ কন্যাৰ লগত শুভমনৰ ঘনিষ্ঠতাৰ জল্পনা তীব্ৰতৰ হৈ পৰিছে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd