• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ত যাওঁ, ক’ত লুকাও অৱস্থা! আম্বানীৰ অনুষ্ঠানত ধৰা পৰিল ছাৰা-শুভমনৰ ঘনিষ্ঠতা

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 2, 2023 3:27 pm
আম্বানীৰ অনুষ্ঠানত ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমন গীল। ফটোঃ সংগ্ৰহীত।

আম্বানীৰ অনুষ্ঠানত ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমন গীল। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ​​মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বিশ্বকাপৰ খেল অনুষ্ঠিত হৈছে। খেলখনৰ দুদিন পূৰ্বে ৰোহিত শৰ্মাৰ দলটোৱে বলীউড চহৰখনত প্ৰৱেশ কৰিছিল। স্বাভাৱিকতে দলটোৰ সৈতে শুভমন গীলো মুম্বাইলৈ গৈছিল। অৱশ্যে মঙলবাৰে নিশা কিছু সময়ৰ বাবে তেওঁ তেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ লগত আছিল।

শচীনৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে শুভমন গীলৰ প্ৰেমৰ সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। আম্বানীৰ জিঅ’ ৱৰ্ল্ড প্লাজা মুকলি অনুষ্ঠানত এই জল্পনা-কল্পনাই নতুনকৈ ইন্ধন যোগালে। তাত এটা ফ্ৰেমত ধৰা পৰিল ছাৰা-শুভমন।

মঙলবাৰে আম্বানীৰ এই অনুষ্ঠান আছিল। তাতে মুম্বাইৰ সকলো গ্লেমাৰ তাৰকাৰ পয়োভৰ ঘটিছিল। তাৰকাসকলে বিভিন্ন সাজ-পোছাক পৰিধান কৰি কেমেৰাৰ সন্মুখত পোজ দিছিল। তালৈ শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰকো নিমন্ত্ৰণ কৰা হৈছিল।

Apply Now

ছাৰাই ৰঙা ৰঙৰ পোছাক পিন্ধিছিল। শুভমনে পিন্ধিছিল ক’লা সাজ। দুয়োজনেই একেলগে অনুষ্ঠানটোৰ পৰা ওলাই আহিছিল। হঠাৎ শুভমনে পাপাৰাজ্জিৰ কেমেৰালৈ লক্ষ্য কৰিলে। ক্ৰিকেটাৰজনে লগে লগে ঘূৰি গ’ল।  নিজকে লুকুৱাব বিচাৰিলে।

 

View this post on Instagram

 

A post shared by Instant Bollywood (@instantbollywood)

এই কথা ছাৰাই প্ৰথমে বুজি পোৱা নাছিল। তাৰ পিছত শুভমনৰ পৰা খবৰটো পালে যে কেমেৰাত ধৰা পৰি যাব পাৰে। তেওঁৱো ৰৈ গ’ল। হয়তো অলপ বিৰক্তও হয়। কিন্তু শুভমন-ছাৰাই যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয়, ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

উল্লেখ্য যে শুভমন-ছাৰাৰ প্ৰেমৰ গুঞ্জন বহু দিন ধৰি শুনা গৈছে। ইফালে, যুৱ ক্ৰিকেটাৰগৰাকীৰ নাম ছৈফ আলী খানৰ কন্যা ছাৰা আলী খানৰ সৈতেও জড়িত হৈছিল। কিন্তু সেই জল্পনা-কল্পনা সময়ৰ লগে লগে ম্লান হৈ পৰিছে। বৰঞ্চ শচীনৰ কন্যাৰ লগত শুভমনৰ ঘনিষ্ঠতাৰ জল্পনা তীব্ৰতৰ হৈ পৰিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd