• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা ভূমিকম্পৰ বিভীষিকাঃ নেপালত কমেও ৭০ জন লোকৰ মৃত্যু; কঁপাই গ’ল উত্তৰ ভাৰতৰো বহু অঞ্চল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 7:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা নেপালকে ধৰি উত্তৰ ভাৰতৰ বিস্তৃত অঞ্চল এক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪। এই অতি শক্তিশালী ভূমিকম্পত এতিয়ালৈকে নেপালত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে। যোৱা নিশাৰ ভূমিকম্পই নেপালৰ বাহিৰেও দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰকে ধৰি ভাৰতৰ বহু অঞ্চল কঁপাই গৈছিল। অৱশ্যে ভাৰতত এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই।

ইপিনে, নেপালত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। স্থানীয় প্ৰশাসনে জনাইছে যে ভূমিকম্পৰ বাবে বহু ঠাইৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এনে পৰিস্থিতিত নিশাৰ পৰা উদ্ধাৰ অভিযানৰ কাম আৰম্ভ হয়। এই পৰ্যন্ত ৭০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, যে ভূমিকম্পত আৰু বহু লোক আহত হৈছে। ইয়াৰে বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত ভূটানৰ ৰজা; মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় বিষয়াবৰ্গৰ আদৰণি

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা ১১:৩২:৫৪ বজাত নেপালত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমে আছিল এই ভয়ংকৰ ভূমিকেন্দ্ৰৰ কেন্দ্ৰস্থল। এই ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত।

আনহাতে, ভূমিকম্পৰ উৎস স্থল ভাৰত সীমান্তৰ সমীপতে আছিল। এই পৰিস্থিতিত দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি ভাৰতৰ বহু প্ৰান্তত জোকাৰণি অনুভৱ হৈছিল। উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ২০৮ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবে, যোশীমথৰ পৰা ৩১৭ কিলোমিটাৰ দক্ষিণ-পূবে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২৫৩ কিলোমিটাৰ উত্তৰ আৰুউত্তৰ-পূবে আৰু উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰত আছিল এই ভূমিকম্পৰ কেন্দ্ৰস্থল।

উল্লেখ্য যে নেপালত যোৱা এমাহত তিনিটাকৈ প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ২০১৫ চনত নেপালত ভয়ংকৰ ভূমিকম্প হৈছিল। ইয়াৰ ফলত প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু হয়। প্ৰায় ২২ হাজাৰ লোক আহত হয়। যোৱা নিশাৰ ভূমিকম্পই ২০১৫ চনৰ আতংক নেপালক মনত পেলাই দিছে।

লগতে পঢ়কঃধৰ্ষণ কৰি হত্যা, টুকুৰা-টুকুৰ কৰি কাটিলে মহিলাৰ মৃতদেহ

নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে যে প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। নিশাৰ পৰা আৰম্ভ হৈছে জৰুৰীকালীন উদ্ধাৰ অভিযানৰ কাম।

নেপালৰ ৰুকুম জিলাত বহু ঘৰ ভাঙি পৰিছে। সেইদৰে, ভূমিকম্পৰ পিছত জাজাৰকোট গাঁৱৰ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ হোৱা নাছিল বুলি জানিব পৰা গৈছে। সেই গাঁৱত বহুত মানুহৰ বসতি। পিছত নিশালৈ জাজাৰকোট জিলাৰ বিষয়া সুৰেশ কুমাৰ সুনাৰে ​​জনায় যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। আঘাতপ্ৰাপ্ত বহু লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd