• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মাত্ৰ ইংৰাজীটো শিকি লোৱা, মই তোমাক বিয়া কৰাম’; ছামিৰ ছুইং বলত ব’ল্ড কোন এই অভিনেত্ৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 3:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিশ্বকাপ ছিজনত ভাৰতীয় পেচাৰ মহম্মদ ছামি ২২ গজৰ খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰিছে। তেওঁ মাত্ৰ ৪ খন খেল খেলিয়েই ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰেষ্ঠ উইকেট দখলকাৰীৰ খিতাপ অৰ্জন কৰে। আৰু চাৰিওফালে যেতিয়া ছামিৰ জয়জয়কাৰ, তেনে সময়তে ভাৰতীয় পেচাৰগৰাকীয়ে লাভ কৰিলে বিবাহৰ প্ৰস্তাৱ। ছামিক ‘স্বামী’ হোৱাৰ প্ৰস্তাৱ দিলে সুন্দৰী বাঙালী অভিনেত্ৰীয়ে।

তেওঁ কোন? অভিনেত্ৰী পায়েল ঘোষে ৰাজহুৱাভাৱে মহম্মদ ছামিৰ সৈতে বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ এজন ৰাজনীতিবিদো।

কেৱল এয়াই নহয়, আগতে এবাৰ এই বাঙালী অভিনেত্ৰীগৰাকীয়েও বলীউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ‘মী টু’ অভিযোগ কৰিছিল। সেই নায়িকা এতিয়া ছামিৰ প্ৰেমত পৰিছে।

Apply Now

পায়েল ঘোষে কোনো সংকোচ নকৰাকৈয়ে পোনপটীয়াকৈ মহম্মদ ছামিক এক্স হেণ্ডেলত বিয়াৰ প্ৰস্তাৱ দিছে। কিন্তু মাত্ৰ এটা চৰ্ত! পায়ালে মন্তব্য কৰে, “ছামি তুমি মাত্ৰ ইংৰাজী শিকি লোৱা, মই তোমাক বিয়া কৰাবলৈ সাজু।”

অভিনেত্ৰীগৰাকীৰ এনে এটা টুইটৰ পিছত নেটজগতত উঠিছে ধেমেলীয়া মন্তব্যৰ জোৱাৰ। অৱশ্যে পায়েলৰ এই টুইটৰ কোনো উত্তৰ দিয়া নাই ছামিয়ে। ছচিয়েল মিডিয়াত তেওঁ বৰ সক্ৰিয় নহয়। কিন্তু দলে জয়লাভ কৰিলে বা নিজৰ কোনো সফলতা আহিলেহে ছচিয়েল মিডিয়াত তেওঁৰ অস্তিত্ব অনুভৱ হয়।

উল্লেখ্য যে এই বাঙালী অভিনেত্ৰীয়ে দক্ষিণৰ চিনেমা উদ্যোগত কেইবাখনো ছবি কৰিছে। পায়েল ঘোষৰ চলচ্চিত্ৰ তালিকাত ‘মিষ্টাৰ ৰাস্কেলছ’, ‘উছাৰভেল্লী’, ‘পেটেল কি পাঞ্জাবী ছাদী’ৰ দৰে কেইবাটাও নাম সন্নিবিষ্ট হৈছে।

#Shami Tum apna English sudharlo, I’m ready to marry you 🤣🤣

— Paayel Ghoshॐ #modi’s family ..modiji my Father 😇 (@iampayalghosh) November 2, 2023

ইপিনে, এতিয়াও পত্নী হাছিন জাহানৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰৰ মাজেৰে পাৰ হৈ আছে ছামি। দুয়োৰে মাজত বহু অভিযোগ-প্ৰত্যাভিযোগৰেও দিন পাৰ হৈছে। তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে।

আনহাতে, অভিনেত্ৰী হিচাপে অভিষেক ঘটাবলৈ সক্ষম হৈছে হাছিন জাহানে। এতিয়া প্ৰশ্ন হৈছে বাঙালী অভিনেত্ৰী পায়েল ঘোষৰ প্ৰস্তাৱৰ প্ৰতি মহম্মদ ছামিয়েবা কি সঁহাৰি দিয়ে? 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd