• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ‘ডাবল মাৰ্ডাৰ’ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 10:49 am
গুৱাহাটীৰ ডাবল মাৰ্ডাৰ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ।

গুৱাহাটীৰ ডাবল মাৰ্ডাৰ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে।

কামৰূপ-মেট্ৰ’ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে (০৯ নৱেম্বৰ) বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰে।

বাতৰি অনুসৰি, বন্দনা কলিতাই সপ্তাহত দুদিন গুৱাহাটী মহানগৰীৰ নূনমাটি থানাত হাজিৰ হ’ব লাগিব। তদুপৰি, আদালতৰ অনুমতি অবিহনে তেওঁ  নিজৰ গৃহ জিলা এৰি যাব নোৱাৰিব।

Apply Now

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়সমূহক জনপ্ৰতিনিধিৰ বিৰুদ্ধে থকা গোচৰ দ্ৰুত নিষ্পত্তি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

প্ৰধান অভিযুক্ত বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰাৰ পিছত দেহ টুকুৰা টুকুৰ কৰি শৰীৰৰ অংগসমূহ ফ্ৰীজত ভৰাই ৰখাৰ অভিযোগ উঠিছিল।

হত্যাকাণ্ডৰ তিনিদিন পিছত অভিযুক্তই মেঘালয়ৰ ছোহৰা (চেৰাপুঞ্জী)ত নিহতসকলৰ মৃতদেহ পেলাই দিয়ে।

এই গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাই প্ৰেমিক আৰু আন এজন বন্ধুৰ সৈতে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়কঃ ICC World Cup 2023: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি বিশ্বকাপৰ শীৰ্ষ চাৰিত নিউজিলেণ্ড

তেওঁলোকৰ লগ হৈ স্বামী অমৰজ্যোতি দে আৰু শাহুৱেক শংকৰী দেক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে এই গোচৰৰ বলি মাতৃ-পুত্ৰদ্বয়ক যোৱা বছৰৰ আগষ্ট মাহৰ পৰা নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল।

এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সাত মাহৰ পাছত ১৯ ফেব্ৰুৱাৰীত মহিলাগৰাকীয়ে মাতৃ-পুত্ৰদ্বয়ক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে। গুৱাহাটী মহানগৰীৰ নূনমাটি অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।

লগতে পঢ়কঃ পাকিস্তানৰ ছেমি ফাইনেলৰ আশা! ইংলেণ্ডৰ সকলোকে টাইম আউট কৰাই একমাত্ৰ উপায়; বাবৰ বাহিনীক কটাক্ষ আক্ৰামৰ

অভিযুক্ত মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd