• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপত জুন্টা বাহিনী! ম্যানমাৰত যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ দাবী বিদ্ৰোহীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 1:36 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

8.4k
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে থাইলেণ্ডৰ সীমান্তৱৰ্তী ম্যানমাৰৰ কায়াহ প্ৰদেশত এখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দেশখনৰ এটা বিদ্ৰোহী সংগঠনে ম্যানমাৰৰ সেনাবাহিনীৰ যুদ্ধ বিমানখন গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে।

বিদ্ৰোহী সংগঠন কাৰেন্নি নেচনেলিটিজ ডিফেন্স ফৰ্চে (কেএনডিএফ)দাবী কৰিছে যে তেওঁলোকে যুদ্ধ বিমানখন গুলীয়াই ভূপতিত কৰিছে।

আনহাতে, দেশৰ জুন্টা চৰকাৰৰ মুখপাত্ৰ ঝাও মিন টুনে কয় যে যুদ্ধ বিমানখন যান্ত্ৰিক বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পূৰ্বে পাইলটজনে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। তেওঁ সামৰিক বাহিনীৰ সৈতে যোগাযোগ কৰিছে।

লগতে পঢ়কঃ উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত ২৪ ঘন্টা ধৰি আৱদ্ধ ৪০ৰো অধিক শ্ৰমিক; উদ্ধাৰ অভিষান অব্যাহত

কায়াহ প্ৰদেশত দীৰ্ঘদিন ধৰি কেএনডিএফৰ সৈতে যুঁজ দি আহিছে ম্যানমাৰৰ সেনাবাহিনীয়ে। কিন্তু ম্যানমাৰৰ সেনাবাহিনীৰ ওপৰত চাপ পৰাৰ সময়তে যুদ্ধবিমান বিধ্বস্তৰ ঘটনা ঘটিছে। সেনাই বিভিন্ন বিদ্ৰোহী গোট আৰু জুন্টা বিৰোধী উগ্ৰপন্থীৰ বিৰুদ্ধে একাধিক ফ্ৰণ্টত যুঁজিবলগীয়া হৈছে।

বিশ্লেষকসকলে জনায় যে সংখ্যালঘু জনগোষ্ঠীয় বাহিনী আৰু বিদ্ৰোহীয়ে জুন্টা বাহিনীৰ বিৰুদ্ধে অভূতপূৰ্ব সমন্বয়ৰে আগবাঢ়িছে।

শেহতীয়াকৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন ছুৱে দিয়া ভাষণত কয় যে, “বিদ্ৰোহক অধিক ফলপ্ৰসূভাৱে দমন কৰাত ব্যৰ্থ হোৱাৰ বাবে ম্যানমাৰ বিভাজনৰ আশংকা আছে।”

লগতে পঢ়কঃআতচবাজীৰ শব্দ সহ্য কৰিব নোৱাৰে চৰাইয়ে; নীৰৱে দীপাৱলী পালন কৰিছে ৭খন গাঁৱৰ বাসিন্দাই

উল্লেখ্য যে গণতান্ত্ৰিক চৰকাৰখন উৎখাত কৰি ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰত দেশৰ সেনাই ক্ষমতা দখল কৰিছিল। এই ঘটনাৰ পিছত ইতিমধ্যে বিভিন্ন প্ৰদেশত সক্ৰিয় হৈ থকা বিচ্ছিন্নতাবাদীসকলে জুন্টা বিৰোধী বিদ্ৰোহীৰ শিৱিৰত যোগদান কৰে। 

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd