• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আতচবাজীৰ শব্দ সহ্য কৰিব নোৱাৰে চৰাইয়ে; নীৰৱে দীপাৱলী পালন কৰিছে ৭খন গাঁৱৰ বাসিন্দাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 10:05 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলী মানে পোহৰৰ উৎসৱ। যদিও এতিয়া দীপাৱলী পোহৰৰ উৎসৱৰ লগতে আতচবাজীৰ উৎসৱত পৰিণত হৈছে। আতচবাজী জ্বলালে যেনেকৈ বায়ু প্ৰদূষণ হয়, তেনেদৰেই ইয়াৰ শব্দই শিশু, বৃদ্ধ, অসুস্থ লোকৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। আনকি জীৱ-জন্তু-চৰাইবোৰো আতচবাজীৰ শব্দত আতংকিত হয়।

আতচবাজীৰ শব্দই জীৱ-জন্তুৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। সেয়ে,  এই ৭ খন গাঁৱৰ ৯০০ৰো অধিক পৰিয়ালে জীৱ-জন্তু আৰু চৰাইৰ কথা ভাবি নীৰৱ দীপাৱলী উদযাপন কৰিছে। আতচবাজী নহয়, কেবল পোহৰৰ উৎসৱহে পালন কৰিছে।  বৰ্তমানৰ কোলাহলপূৰ্ণ পৰিৱেশতো শান্তিপূৰ্ণ দীপাৱলীৰ সাক্ষী হৈছে তামিলনাডুৰ ইৰোড জিলা।

তামিলনাডুৰ ইৰোড জিলাত আছে এখন বিখ্যাত পক্ষী অভয়াৰণ্য। অক্টোবৰৰ পৰা জানুৱাৰীলৈকে তাত বহু স্থানীয় আৰু বিদেশী চৰাই আহি গোট খায়। চৰাইবোৰে অক্টোবৰ মাহত কণী পাৰে আৰু কণী ফুটি পোৱালিবোৰ অলপ ডাঙৰ হ’লে জানুৱাৰী মাহত ইহঁতক লগত লৈ উৰি যায়।

Apply Now

লগতে পঢ়কঃ ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত! দুটাকৈ শতকৰ পাছত বিৰাট-ৰোহিতৰ বলিং; বিশ্বকাপত নেদাৰলেণ্ডক পৰাস্ত কৰি ৯/৯ টীম ইণ্ডিয়াৰ

চৰাইবোৰে সাধাৰণতে নিস্তব্ধ, শব্দমুক্ত পৰিৱেশ পছন্দ কৰে। য’ত যুৱক-যুৱতীসকলে কাণ ফালি পেলোৱা শব্দত অস্থিৰ হৈ পৰে, তাত সৰু সৰু চৰাইবোৰে সেই শব্দ কেনেকৈ সহ্য কৰিব! এই কথা বিবেচনা কৰি ইৰোড জিলাৰ পক্ষী অভয়াৰণ্যৰ গাতে লাগি থকা ৭ খন গাঁৱৰ বাসিন্দাসকলে নীৰৱে দীপাৱলী পালন কৰাৰ সিদ্ধান্ত লৈছে।

ইৰোড পক্ষী অভয়াৰণ্যৰ গাতে লাগি থকা চেল্লাপ্পাম্পলায়ম, বাদামুগাম ভেল্লোৰ, ছেম্মাণ্ডম্পলায়ম, কৰুক্কাংকট্টু ৱালাছু, পুংগাম্পাডি আৰু ২ খন গাঁৱে নিৰৱে দীপাৱলী পালন কৰি আহিছে। অৰ্থাৎ এই আটাইকেইখন গাঁৱৰ বাসিন্দাই চাকি জ্বলাই শব্দহীন আতচবাজী জ্বলাই দীপাৱলী উদযাপন কৰে।

চেল্লাপপালাম গাঁৱৰ এজন বৃদ্ধ বাসিন্দাই কয়, “আমি ল’ৰা-ছোৱালীৰ বাবে নতুন কাপোৰ কিনি আৰু শব্দ নোহোৱাকৈ চাকি জ্বলাই নিজৰ ধৰণেৰে দীপাৱলী উদযাপন কৰো।” এইবাৰেই প্ৰথম নহয়, বিগত ২২ বছৰে তেওঁলোকে এনেদৰে দীপাৱলী উদযাপন কৰি আহিছে।

লগতে পঢ়কঃ বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ

বৰ্তমানযুগ সলনি হ’লেও, শিশু-যুৱক-যুৱতীৰ মানসিকতা সলনি হ’লেও কিন্তু ইয়াত দীপাৱলী উৎসৱ পালনৰ প্ৰথা সলনি হোৱা নাই। যিটো বৰ্তমান সময়ত বিশেষভাৱে শিক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd