• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত! দুটাকৈ শতকৰ পাছত বিৰাট-ৰোহিতৰ বলিং; বিশ্বকাপত নেদাৰলেণ্ডক পৰাস্ত কৰি ৯/৯ টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 7:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে বেট ধৰি গঢ়িব ৰানৰ পাহাৰ। ইয়াৰ পিছত বলাৰসকলে ধ্বংস কৰিব বিপক্ষৰ বেটিং লাইন আপ। চলিত বিশ্বকাপৰ শেষৰ কেইখনমান মেচত ভাৰতৰ বিজয়ৰ মন্ত্ৰ এয়া। সেই ফৰ্মুলাতেই ভাৰতে দেওবাৰে উৰুৱাই দিলে নেদাৰলেণ্ডক। ৰোহিত বাহিনীয়ে ১৬০ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰে। শ্ৰেয়াছ-ৰাহুলৰ শতকৰ পাছত চিন্নস্বামীত বিৰাট কোহলী-ৰোহিত শৰ্মাক বলিং কৰাও দেখা গ’ল। বেটেৰে ইতিহাস ৰচনা কৰা দুই ভাৰতীয় তাৰকাই উইকেটো লাভ কৰিলে।

দুৰ্বল প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দলক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পথত ভাৰতে আগবঢ়া নাছিল। দলটোৱে নিজৰ শ্ৰেষ্ঠ এঘাৰজনক লৈয়ে খেলপথাৰত প্ৰৱেশ কৰে। আৰম্ভণিৰে পৰা ৰোহিত শৰ্মা আৰু শুভমন গীলে তীব্ৰ গতিৰে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় বেটছমেনে উইকেট পতনৰ পিছতো ৰানৰ গতি কমোৱা নাছিল। প্ৰথম তিনিজন বেটছমেনে অৰ্ধশতকৰে খেলপথাৰ এৰে।

Apply Now

প্ৰথম তিনিটা উইকেট পতনৰ পিছত শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে ভাৰতীয় ইনিংছটো আকাশচুম্বী স্কোৰলৈ লৈ যায়। দুয়োগৰাকী তাৰকাৰ শতকেৰে ভাৰতে ৪০০ ৰানৰ সীমা অতিক্ৰম কৰে। তাৰকা দুগৰাকীয়ে ২০৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। ৰোহিত বাহিনীয়ে নেদাৰলেণ্ড়ক ৪১১ ৰানৰ লক্ষ্য প্ৰদান কৰে।

অৱশ্যে কমলা ৰঙৰ জাৰ্চিধাৰীসকলেও সহজেই আত্মসমৰ্পণ কৰা নাছিল। দ্বিতীয় অভাৰত উইকেট হেৰুৱালেও মেক্স ডাউড আৰু কলিন একাৰমেনে খেল ঘুৰাই অনাৰ যুঁজত অৱতীৰ্ণ হয়। এংগেলব্ৰেক্টে ভাল ইনিংছ খেলিলে। ভাৰতীয় মূলৰ তেজা নিদামানুৰুৱে অৰ্ধশতক অৰ্জন কৰে।

কিন্তু শেষত ডাচসকলৰ যুঁজখন ২৫০ ৰানত স্তব্ধ হৈ গ’ল। যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰে। ১৬০ ৰানত জয়লাভ কৰি ছেমি ফাইনেল খেলিব অপৰাজিত ভাৰতে।

দেওবাৰৰ খেলখনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ আছিল ভাৰতৰ বলিং। বিৰাট-ৰোহিতে বুমৰাহ-চিৰাজৰ সৈতে বলিং কৰিলে। দুটা বেটছমেনৰ জোলোঙাত সোমাল দুটা উইকেট। বিৰাটে নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছক ১৭ ৰানত আউট কৰে। ডাচ দলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী তেজাক পেভিলিয়নলৈ ঘূৰাই আনি দলটোৰ জয় নিশ্চিত কৰে ৰোহিতে।

একেৰাহে ৯খন মেচত জয়লাভ কৰি বুধবাৰে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া ২০১৯ চনৰ বিশ্বকাপৰ প্ৰতিশোধ পূৰণ হ’বনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd