• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! ৰসায়নিক দ্ৰব্যৰ গুদামত অগ্নিকাণ্ড: ৯ গৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 4:53 pm
massive fire in Hyderabad
2k
VIEWS
Share on FacebookShare on Twitter

এক ভয়াৱহ অগ্নিকাণ্ডই জোকাৰি তুলিছে হায়দৰাবাদ। হায়দৰাবাদৰ নামপল্লীৰ ৰসায়নিক দ্ৰব্য মজুত ৰখা এটা গুডামত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু হৈছে।

অগ্নিকাণ্ডস্থলীৰ পৰা এই পৰ্যন্ত ২১ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ১০ জনক অচেতন অৱস্থাত অট্টালিকাৰ পৰা উলিয়াই অনা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

এই ঘটনাত আহত তিনিজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি অৱশ্যে জুই নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা ৰসায়নিক দ্ৰব্যৰ গুদামটো এটা অট্টালিকাৰ তলৰ মহলাত আছিল। গুদামটোত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে এই জুই আন মহলা সমূহলৈ বিয়পি পৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ৰাসায়নিক পদাৰ্থসমূহত জুই লগাৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। এই জুই পানীৰে নুমুৱাৰ চেষ্টা চলোৱা হৈছিল যদিও এই চেষ্টা বিফল হয়।

ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সম্পৰ্কে খবৰ দিয়া হয় আৰু কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।

অগ্নিকাণ্ডৰ কাৰণ আৰু ক্ষতিৰ পৰিসৰ এতিয়াও আনুষ্ঠানিকভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে, প্ৰাথমিক তদন্তত, গাড়ী মেৰামতিৰ সময়ত সৃষ্টি হোৱা স্ফুলিংগৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

Recent News

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd